• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন, পদত্যাগ মুখ্য মন্ত্ৰী কমল নাথৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 12:38 pm
Kamal Nath

কমল নাথ।

44.2k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী কমল নাথে শুকুৰবাৰে ফ্লৰ টেষ্টৰ মুখামুখি হোৱাৰ পূৰ্বেই পদত্যাগ ঘোষণা কৰিছে।

কংগ্ৰেছ চৰকাৰ ফ্লৰ টেষ্টত বিফল হোৱাতো নিশ্চিত হোৱাৰ ফলতে কমল নাথে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দুপৰীয়া ১ বজাত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা।

শুকুৰবাৰে বিয়লি ৫ বজাৰ ভিতৰত ফ্লৰ টেষ্ট সম্পন্ন কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল।

দুজন বিধায়কৰ মৃত্যু আৰু কংগ্ৰেছৰ ২২গৰাকী বিধায়কৰ পদত্যাগৰ ফলত মধ্য প্ৰদেশ বিধান সভাৰ মুঠ সদস্যসংখ্যা ২০৬ লৈ নামি আহিছিল।

আনহাতে শুকুৰবাৰে বিজেপি বিধায়ক শাৰদ ক’লৰ পদত্যাগ কৰাত বিধান সভাখনৰ মুঠ সদস্যসংখ্যা ২০৫লৈ নামি আহে।

ফলত চৰকাৰ গঠনৰ বাবে মেজিক নাম্বাৰ হৈছিলগৈ ১০৩ (।)

১০৫ গৰাকী বিধায়কেৰে বিজেপিৰ ফ্লৰ টেষ্টত সফল হ’ব পৰাৰ সামৰ্থ্য আছিল।

বিপৰীতে বি এছ পিৰ দুজন, সমাজবাদী পাৰ্টিত এজন আৰু চাৰিজন নিৰ্দলীয় বিধায়কে সমৰ্থন দিলেও কংগ্ৰেছৰ সদস্যসংখ্যা ৯৯ত সীমিত আছিল।

Recent News

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd