• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহেন্দ্ৰ সিং ধোনীক ‍‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী উত্থাপন এগৰাকী কংগ্ৰেছী বিধায়কৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 7:39 pm
175
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক লৈ এতিয়াও বিশ্বজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

কিছু সংখ্যকে যদি ধোনীয়ে পিন্ধা ৭ নম্বৰ জাৰ্চিটো ৰিটায়েৰ কৰাৰ আহ্বান জনাইছে তেন্তে আন কিছু সংখ্যকে আকৌ এখন ফেয়াৰৱেল মেচ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে।

এই ধৰণৰ চৰ্চাৰ মাজতে মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক পি চি শৰ্মাই ধোনীক ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰে।

ভোপাল দক্ষিণ-পশ্চিম সমষ্টিৰ পৰা বিধায়ক হোৱা শৰ্মাই টুইটযোগে কয়, ‍‘ভাৰতীয় ক্ৰিকেটক সমগ্ৰ বিশ্বতে বিজয়ী ৰূপত প্ৰতিষ্ঠা কৰা ‍‘দেশৰ ৰত্ন’ মহান অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিব লাগে’।

এটা নিউজ এজেন্সিৰ সৈতে হোৱা কথা বতৰাত বিধায়কজনে কয় যে ধোনী ক্ৰীড়াৰ ভাৰত ৰত্ন।

তেওঁ লগতে কয় যে ধোনীয়ে ক্ৰিকেটৰ জৰিয়তে দেশৰ নাম উজলাইছে সেয়ে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিব লাগে।

উল্লেখ্য যে ১৫ আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক, যিয়ে ২০০৭ ৰ টি-২০ বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফি জয়ী হৈছিল।

Recent News

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd