• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদীৰ পাৰত গুপ্তধনৰ সন্ধান! : সোণ-ৰূপৰ সন্ধানত দিন-ৰাতি নৈ পাৰত মাটি খন্দাত ব্যস্ত অসংখ্য লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 4:57 pm
index.jpgaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৈৰ পাৰত পোৱা গৈছে গুপ্ত ধনৰ লগতে সোণ আৰু ৰূপ। এই বাতৰি বিয়পি পৰাৰ লগতে এখন নদীৰ পাৰত অসংখ্য লোকে মাটি খান্দি গুপ্ত ধন-সোণ-ৰূপ সন্ধান কৰাত ব্যস্ত হৈ পৰিছে। আনকি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰৱল চাঞ্চল্য আৰু উত্তেজনাৰ।

ঘটনাটো হৈছে ৰাজস্থানৰ। ৰাজস্থানৰ ৰাজগড় জিলাৰ পাৰ্ৱতী নদীৰ তীৰত গুপ্ত ধন-সোণ-ৰূপ সন্ধান পোৱা বুলি এটা খবৰ লাভ কৰে স্থানীয় লোকে।

ইয়াৰ পিছতে নৈৰ তীৰত অস্থায়ী শিবিৰ স্থাপন কৰি অসংখ্য গঞাই দিন ৰাতি একাকাৰ কৰি নৈৰ পাৰত মাটি খান্দি গুপ্ত ধন-সোণ-ৰূপৰ সন্ধানত ব্যস্ত হৈ পৰিছে।

স্থানীয় সূত্ৰৰ অনুসৰি কিছুদিন পূৰ্বে ৰাজগড় জিলাৰ শিৱপুৰা আৰু গৰুড়পুৰা গাঁৱৰ কেইজমান মাছমৰীয়াই পাৰ্ৱতী নৈত মাছ মাৰি থকাতো কিছু পুৰণি মুদ্ৰা লাভ কৰিছিল।

উক্ত মুদ্ৰাসমূহ মোগল যুগৰ বুলি স্থানীয় লোকৰ মাজ প্ৰচাৰ চলিল আৰু ইয়াৰ পিছতে স্থানীয় ৰাইজে পাৰ্ৱতী নৈৰ সেই নিৰ্দিষ্ট তীৰত গৈ গুপ্ত ধন-সোণ-ৰূপৰ সন্ধানত কৰিবলৈ আৰম্ভ কৰে।

ভূপালৰ পৰা ১৪১ কিলোমিটাৰ নিলগৰ উক্ত ঠাইলৈ পিছত অন্য জিলাৰ পৰাও গুপ্ত ধন-সোণ-ৰূপৰ সন্ধান কৰিবলৈ মানুহ যাবলৈ আৰম্ভ কৰে।

লোকসকলৰ বিশ্বাস যে পাৰ্ৱতী নৈৰ উক্ত এলেকাৰ তীৰত প্ৰচুৰ পৰিমাণৰ গুপ্ত ধন-সোণ-ৰূপ আছে আৰু মাছমৰীয়াই মাত্ৰ তাৰে সামান্য অংশহে লাভ কৰিছে।

সেয়ে লোকসকলে নৈৰ পাৰত অস্থায়ী শিবিৰ স্থাপন কৰি দিন ৰাতি একাকাৰ কৰি নৈৰ পাৰত মাটি খান্দি গুপ্তধনৰ সন্ধানত ব্যস্ত হৈ পৰিছে।

ইফালে জিলা প্ৰশাসনে ইয়াক এক গুজৱ বুলি আখ্যা দিছে। ইফালে আৰক্ষী প্ৰশাসনে ঠাইখনত মাটি খন্দা বাৰণ কৰা নাই যদিও পৰিস্থিতিয়ে যাতে আইন শৃখংলা উলংঘনা নকৰে তাৰ ওপৰত দৃষ্টি ৰাখিছে।

“উক্ত অঞ্চলত আইন শৃংখলা যাতে অৱনতি নঘটে তাৰ ওপৰত দৃষ্টি ৰখা হৈছে। সাধাৰণ মানুহৰ নিৰাপত্তা বিষয়টোত গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰথমাৱস্থাত মাছমৰীয়াই যিসমূহ মুদ্ৰা লাভ কৰিছে সেয়া ব্ৰঞ্জৰ বুলি জানিব পৰা গৈছে।” জিলা আৰক্ষী অধীক্ষক পি শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনৰ মতে অঞ্চলটোত গুপ্তধন সন্ধান কৰাৰ লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd