• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফটোশ্বপত বেলেগৰ ফটোত নিজৰ মুখ জোৰাই লগাই শিৰোনামাত পপষ্টাৰ মেডোনা!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 3:32 pm
ফটোশ্বপত বেলেগৰ ফটোত নিজৰ মুখ জোৰাই লগাই শিৰোনামাত পপষ্টাৰ মেডোনা!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কুইন অৱ পপ’ নামেৰে জনাজাত মেডোনাৰ নাম নুশুনা সংগীতপ্ৰেমী খুব কম আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পপষ্টাৰগৰাকী শেহতীয়াকৈ এটা আমোদজনক বাতৰিৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

টিকটক আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এগৰাকী মহিলাই দাবী কৰিছে যে ছবছৰ পূৰ্বে মেডোনাই নিজৰ মুখখন মহিলাগৰাকীৰ শৰীৰৰ লগত জোৰা লগাই ফটোশ্বপ কৰিছিল।

ছবছৰ পূৰ্বে পপষ্টাৰগৰাকীৰ এটা এলবাম ‘ৰিবেল হাৰ্ট’ৰ প্ৰচাৰৰ সময়ত তেওঁ সেই ফটোশ্বপ কৰা ফটোখন ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।

২৮ বৰ্ষীয়া মহিলাগৰাকীয়ে কয় যে প্ৰথমে তেওঁ ইয়াক কৌতুক বুলি ভাবিছিল, কিন্তু যেতিয়া পপষ্টাৰগৰাকীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ফটোখন দেখা পায়, তেতিয়া গম পায় যে ই কৌতুক নহয়।

 

View this post on Instagram

 

A post shared by Amelia Goldie (@ameliagoldie)

মনোৰঞ্জনমূলক সংবাদগোষ্ঠী ‘Buzzfeed’ৰ আগত মহিলাগৰাকীয়ে কয় যে তেওঁ মেডোনাৰ স’তে যোগাযোগ কৰিব বিচাৰে কিন্তু কোনোধৰণৰ সহাৰী পোৱা নগ’ল।য

তেওঁ কয় যে যদি কেনেবাকৈ মেডোনাক লগ পায়, তেন্তে তেওঁ হাঁহি হাঁহি বাগৰি পৰিব।

পপষ্টাৰগৰাকীৰ ওপৰত বিশেষ কোনো নেতিবাচক মনোভাৱ নাই বুলি মহিলাগৰাকীয়ে জনাইছে।

বাতৰিটোৱে ইতিমধ্যে সৰস চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

August 16, 2025 3:01 pm
তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

August 16, 2025 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd