• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ ভূমিকম্প! এইবাৰ ৬.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পাপুয়া নিউগিনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 9:55 am
289
VIEWS
Share on FacebookShare on Twitter

ভূমিকম্পৰ ফলত জাপান কঁপি উঠাৰ পিছতে দেওবাৰে পাপুয়া নিউগিনিত ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছে। ৰাতিপুৱা পাপুয়া নিউগিনিৰ নিউ ব্ৰিটেনত ৰিখটাৰ স্কেলত ৬.২ মাত্ৰাৰ ভূমিকম্প হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনাইছে যে সম্পত্তিৰ ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই। কোনো চুনামি সতৰ্কবাণীও জাৰি কৰা হোৱা নাই। উৎপত্তিস্থলত ভূমিকম্পৰ গভীৰতা আছিল ৩৮ কিলোমিটাৰ।

ভূমিকম্পটোৱে ইয়াৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত থকা কিম্বে চহৰখনকো জোকাৰি গৈছিল। চহৰখনৰ ওচৰৰ ৱালিণ্ডি প্লেণ্টেচন ৰিজৰ্টৰ এগৰাকী কৰ্মচাৰী ভেনেছা হিউজে জনায় যে তেওঁ কম্পন অনুভৱ কৰিছিল।

ভেনেছাই কয় যে ভূমিকম্পৰ ফলত সকলোবোৰ কঁপি উঠিছিল। কিন্তু কোনেও তেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। কোনো ক্ষতি হোৱা নাই।

No #tsunami threat to Australia from magnitude 6.2 #earthquake near New Britain Region, P.N.G.. Latest advice at https://t.co/Tynv3ZQpEq. pic.twitter.com/j1nKCltztA

— Bureau of Meteorology, Australia (@BOM_au) February 25, 2023

ইয়াৰ পূৰ্বে শনিবাৰে নিশা উত্তৰ জাপানৰ হোক্কাইডো অঞ্চলত ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ আৰু জাপানৰ বতৰ বিজ্ঞান বিভাগে জনাইছে যে ভূমিকম্পৰ পৰা ক্ষয়ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই আৰু কোনো চুনামি সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

❗️A magnitude 6.2 #earthquake has struck the #NewBritainprovince in Papua New Guinea this morning

There are no reports of serious damage or injuries, and The Bureau of Meteorology has confirmed there is no tsunami threat to Australia.

29.2km (18.1 mi) east northeast of Kandrian… pic.twitter.com/0Q5AF2XPUD

— Malinda 🇺🇸🇺🇦🇵🇱🇨🇦🇮🇹🇦🇺🇬🇧🇬🇪🇩🇪🇸🇪 (@TreasChest) February 26, 2023

আনহাতে, বৃহস্পতিবাৰে নিশা উত্তৰ ইণ্ডোনেছিয়াৰ হালমাহেৰা দ্বীপত ৰিখটাৰ স্কেলত ৬.৩ মাত্ৰাৰ ভূমিকম্প হৈছিল। একেদিনাই পূব তাজিকিস্তানত ৰিখটাৰ স্কেলত ৬.৮ মাত্ৰাৰ ভূমিকম্প হৈছিল। স্থানীয় সময় অনুসৰি পুৱা ৫:৩৭ বজাত তাজিকিস্তানত ভূমিকম্পটো সংঘটিত হয়। উৎপত্তিস্থলত ভূমিকম্পৰ গভীৰতা আছিল ২০.৫ কিলোমিটাৰ।

ইয়াৰ পূৰ্বে ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু চিৰিয়াৰ মাজৰ সীমান্ত অঞ্চলত এক শক্তিশালী ভূমিকম্প হৈছিল। এই ভূমিকম্পত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd