• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ ভূমিকম্প! এইবাৰ ৬.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পাপুয়া নিউগিনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 9:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকম্পৰ ফলত জাপান কঁপি উঠাৰ পিছতে দেওবাৰে পাপুয়া নিউগিনিত ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছে। ৰাতিপুৱা পাপুয়া নিউগিনিৰ নিউ ব্ৰিটেনত ৰিখটাৰ স্কেলত ৬.২ মাত্ৰাৰ ভূমিকম্প হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনাইছে যে সম্পত্তিৰ ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই। কোনো চুনামি সতৰ্কবাণীও জাৰি কৰা হোৱা নাই। উৎপত্তিস্থলত ভূমিকম্পৰ গভীৰতা আছিল ৩৮ কিলোমিটাৰ।

ভূমিকম্পটোৱে ইয়াৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত থকা কিম্বে চহৰখনকো জোকাৰি গৈছিল। চহৰখনৰ ওচৰৰ ৱালিণ্ডি প্লেণ্টেচন ৰিজৰ্টৰ এগৰাকী কৰ্মচাৰী ভেনেছা হিউজে জনায় যে তেওঁ কম্পন অনুভৱ কৰিছিল।

Apply Now

ভেনেছাই কয় যে ভূমিকম্পৰ ফলত সকলোবোৰ কঁপি উঠিছিল। কিন্তু কোনেও তেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। কোনো ক্ষতি হোৱা নাই।

No #tsunami threat to Australia from magnitude 6.2 #earthquake near New Britain Region, P.N.G.. Latest advice at https://t.co/Tynv3ZQpEq. pic.twitter.com/j1nKCltztA

— Bureau of Meteorology, Australia (@BOM_au) February 25, 2023

ইয়াৰ পূৰ্বে শনিবাৰে নিশা উত্তৰ জাপানৰ হোক্কাইডো অঞ্চলত ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ আৰু জাপানৰ বতৰ বিজ্ঞান বিভাগে জনাইছে যে ভূমিকম্পৰ পৰা ক্ষয়ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই আৰু কোনো চুনামি সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

❗️A magnitude 6.2 #earthquake has struck the #NewBritainprovince in Papua New Guinea this morning

There are no reports of serious damage or injuries, and The Bureau of Meteorology has confirmed there is no tsunami threat to Australia.

29.2km (18.1 mi) east northeast of Kandrian… pic.twitter.com/0Q5AF2XPUD

— Malinda 🇺🇸🇺🇦🇵🇱🇨🇦🇮🇹🇦🇺🇬🇧🇬🇪🇩🇪🇸🇪 (@TreasChest) February 26, 2023

আনহাতে, বৃহস্পতিবাৰে নিশা উত্তৰ ইণ্ডোনেছিয়াৰ হালমাহেৰা দ্বীপত ৰিখটাৰ স্কেলত ৬.৩ মাত্ৰাৰ ভূমিকম্প হৈছিল। একেদিনাই পূব তাজিকিস্তানত ৰিখটাৰ স্কেলত ৬.৮ মাত্ৰাৰ ভূমিকম্প হৈছিল। স্থানীয় সময় অনুসৰি পুৱা ৫:৩৭ বজাত তাজিকিস্তানত ভূমিকম্পটো সংঘটিত হয়। উৎপত্তিস্থলত ভূমিকম্পৰ গভীৰতা আছিল ২০.৫ কিলোমিটাৰ।

ইয়াৰ পূৰ্বে ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু চিৰিয়াৰ মাজৰ সীমান্ত অঞ্চলত এক শক্তিশালী ভূমিকম্প হৈছিল। এই ভূমিকম্পত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd