• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড: জুইত জাহ গ’ল কেইবালাখ টকাৰ সম্পত্তি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 22, 2019 6:39 am
IMG-20190221-WA0024

শিৱসাগৰৰ বাবুপট্টি মিদুল পথত বৃহস্পতিবাৰে সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ড। ফটো : নৰ্থইষ্ট নাও

808
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ এটা ভাৰাঘৰত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডই বৃহস্পতিবাৰে তীব্ৰ আতংকৰ সৃষ্টি কৰে। সন্ধিয়া প্ৰায় ৬ বজাত শিৱসাগৰৰ বাবুপট্টি মিদুল পথত  এই ভয়াবহ অগ্নিকাণ্ডটো সংঘটিত হয়।

বাবুপট্টিৰ মিদুল পথৰ আব্দুল্লা ওৰফে ঠুনুৰ ভাড়াঘৰত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোৰ ফলত স্থানীয় ৬ টা বাসগৃহ আৰু ১২ টাকৈ ভাড়াঘৰসহ মুঠ ১৮ টা বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হৈ পৰে। তদুপৰি,কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ অনুমান কৰা হৈছে।

সন্ধিয়া অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে। খৱৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৪ খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

ইপিনে,অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও চিলিণ্ডাৰৰ গেছৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Recent News

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

দৈ খোৱাৰ উপকাৰিতা জানো আহক

দৈ খোৱাৰ উপকাৰিতা জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd