• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপোনতে দেখিছিল ছামিৰ ৭ উইকেটৰ দুৰন্ত স্পেল! আশ্চৰ্যকৰ টুইটেৰে চৰ্চাত এজন ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 5:51 pm
Mohammed Shami
12k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে বিশ্বকাপৰ ছেমিত নিউজিলেণ্ডৰ বিপক্ষে চমকপ্ৰদ বিজয়েৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। অবিস্মৰণীয় বলিং স্পেলেৰে ভাৰতৰ জয়ৰ মহানায়ক হিচাপে পৰিগণিত হয় অভিজ্ঞ পেচাৰ মহম্মদ ছামি।

সাতটাকৈ উইকেট দখলেৰে কিৱি বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন ধূলিসাৎ কৰি ছামিয়ে দিয়ে দেশক আকাংক্ষিত বিজয়। এই দুৰন্ত প্ৰদৰ্শনৰ সুবাদত ছামি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱাৰ লগতে ক্ৰিকেট বিশ্বৰ প্ৰশংসা লাভ কৰে।

ছামিৰ এই প্ৰদৰ্শনৰ চৰ্চা সৰ্বত্ৰ চলি থকাৰ সময়তে চৰ্চাৰ কেন্দ্ৰলৈ আহিছে আন এক ব্যক্তি। ছ’চিয়েল মিডিয়াত মেচৰ এদিন পূৰ্বে তেওঁ এক টুইট কৰিছিল। এই টুইটটোত ব্যক্তিজনৰ দাবী, সপোনত তেওঁ ছামিৰ সাত উইকেটৰ স্পেল দেখা পাইছিল।

টুইটাৰত দিয়া তেওঁৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। ব্যক্তিজনৰ নাম ডন মেটিঅ’। ১৪ নৱেম্বৰত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, “এটা সপোন দেখিলো, য’ত শ্বামীয়ে ছেমি ফাইনেলত ৭টা উইকেট দখল কৰিছে।”

 

Saw a dream where Shami took 7 wickets in the semi final ☠️

— Don Mateo (@DonMateo_X14) November 14, 2023

পোষ্টটোৱে মেচৰ সময়লৈকে বিশেষ চৰ্চা লাভ কৰা নাছিল যদিও ছামিৰ অভিলেখ সৃষ্টিকাৰী উজ্জীৱিত স্পেল আৰু কিৱি বাহিনীৰ বিপক্ষে ভাৰতৰ দৰ্শনীয় জয়ৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত এই বিষয়ে চৰ্চা আৰম্ভ কৰে।

এই পোষ্টটোত এতিয়া ভিৰ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে। ক্ৰিকেট অনুৰাগীৰ পোষ্টটোৰ তলত কমেণ্ট বক্সত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে কোনোৱে আকৌ মেটিঅ’ক ১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ বাবেও একেধৰণৰ ভৱিষ্যদ্বাণী কৰিবলৈ আহ্বান জনাইছে।

আন কোনোৱে আকৌ মেটিঅ’ক গভীৰ টোপনিত নিমজ্জিত হ’বলৈ আহ্বান জনাই তেওঁলোকৰ ভৱিষ্যতৰ সপোন দেখিবলৈও খাটনি ধৰিছে। এনে ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে মেটিঅ’ৱে আন এক টুইট যোগে এই আচৰিত সংযোগৰ বাবে নিজেও স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰিছে।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd