• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 16, 2024 8:13 pm
193
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ বিলাসপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ।

মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নিজি শহুৰেকে ব্যক্তিজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।

খবৰ অনুসৰি ৰহমান আলী নামৰ মৃত ব্যক্তিজনক গভীৰ নিশা ঘৰৰ পৰা লৈ গৈছিল শহুৰেক আৰু শাহুৱেকে।

পেছাত এজন ৰাজমিস্ত্ৰী আছিল ৰহমান আলী। একেখন গাঁৱৰ তাজিমা বেগমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। যোৱা দুবছৰ ধৰি চলি আহিছিল দুয়োৰে সংসাৰ।

বাতৰি অনুসৰি শেহতীয়াকৈ দম্পতীৰ মাজত কাজিয়া-পেচাল হৈছিল। ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ যে তাজিমা বেগম অবৈধ সম্পৰ্কত জড়িত আছিল, যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

ঘটনাস্থলীত বিলাসপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান এই গোচৰৰ তদন্ত চলি আছে।

Recent News

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd