• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নী-জী-মাহী মাক-পিতৃ-ভতিজী-চুবুৰীয়া-আৰক্ষীক দাৰে আক্ৰমণ, দুগৰাকীৰ মৃত্যু

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
July 25, 2020 7:32 pm
Man hacks wife, children and mother in Lakhimpur

গ্ৰেপ্তাৰ হোৱা নুৰ জামাল।

433
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ বঙালমৰাৰ এজন লোকে নিজৰ পত্নী-জী-মাহী মাক-পিতৃ-ভতিজীকে ধৰি চুবুৰীয়া আৰু আৰক্ষীৰ লোকক দাৰে ঘপিওৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

শুকুৰবাৰে বঙালমৰাৰ গোহাঁই পুখুৰী গাঁৱত সংঘটিত এই ঘটনাত নুৰ জামাল ওৰফে জামাল উদ্দিন নামৰ আক্ৰমণকাৰীজনৰ পত্নী চাজিদা বেগম আৰু মাহী মাক মমতাজ বেগমে প্ৰাণ হেৰুৱাইছে।

তেওঁৰ পিতৃ আব্দুল হালিম আৰু ভতিজী তছলিমা বেগম গুৰুতৰভাৱে আহত হৈছে।

আক্ৰমণকাৰী লোকজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে গুলী চলাব লগা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাক্ৰমে ৰমজান আলী নামৰ এজন লোকো আঘাতপ্ৰাপ্ত হয়।

আক্ৰমণকাৰী নুৰ জামালক বাধা দিবলৈ যোৱা চুবুৰীয়া আৰু আৰক্ষীৰ লোকো ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে।

বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন সিং আৰু আৰক্ষীৰ গাড়ীচালক বাসুদেৱ গগৈয়ো ব্যক্তিজনৰ আক্ৰমণত আহত হৈছে।

ঘটনাৰ বিৱৰণী মতে, আক্ৰমণৰ খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হোৱাত নুৰ জামালে এটা ঘৰত তলা বন্ধ কৰি সোমাই পৰে।

আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি প্ৰৱেশৰ চেষ্টা কৰাত নুৰ জামাল ঘৰটোৰ পৰা ওলাই আহে আৰু আৰক্ষীৰ লোককো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

পিছত আক্ৰমণকাৰী নুৰ জামালে পথাৰলৈ গৈ নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd