• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 7:46 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষ মিহলোৱা মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা কৰা হৈছে! পশ্চিমবংগৰ জলপাইগুৰিৰ কোতৱালি থানাৰ মোহিত নগৰ অঞ্চলত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰতিশোধৰ জুই ইমান ভয়ানক হ’ব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিশোধ ল’বলৈ এজন ব্যক্তি কিমান দূৰলৈ যাব পাৰে? এনে ঘটনা নতুন নহয়, কিন্তু এনে দৃষ্টান্ত কিয় বাৰে বাৰে দেখা গৈছে?

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মোহিত নগৰ অঞ্চলৰ এজন লোকে ৰাস্তাৰ কুকুৰবোৰক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, লোকজনে মাংসৰ লগত বিষ মিহলাই নাৰকীয়ভাৱে নিৰীহ প্ৰাণীকেইটাক হত্যা কৰিছিল।

কিন্তু এনে আসুৰিক আচৰণ কিয় কৰিলে? স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পথত এটা ৰাস্তাৰ কুকুৰে কামোৰাৰ ফলত অভিযুক্তৰ ছাগলীটোৰ মৃত্যু হয়। তেতিয়াই তেওঁৰ মাজত প্ৰতিশোধৰ ভাৱ জাগি উঠে।

অভিযুক্তই মৃত ছাগলীটোক কাটি বিষ মিহলাই মাংসখিনি ৰান্ধি অঞ্চলটোৰ ৰাস্তাৰ কুকুৰকেইটাক খুৱাইছিল। যাৰ বাবে অঞ্চলটোৰ ১২টা কুকুৰৰ মৃত্যু হয়। এই ঘটনাৰ বিৰুদ্ধে পশুপ্ৰেমী সংস্থা স্প’ৰে সৰৱ হৈছে । তেওঁলোকৰ ফালৰ পৰা স্থানীয় আৰক্ষী থানাত গৈ লিখিত অভিযোগ দাখিল কৰিছে।

স্প’ৰৰ এগৰাকী সদস্য কয়, ‘বৃহস্পতিবাৰে আমি খবৰ পাইছিলোঁ যে এই অঞ্চলৰ প্ৰায় ১৩টা কুকুৰক বিষ খুৱাই হত্যা কৰা হৈছে। অৱশ্যে এতিয়াও এটা কুকুৰ জীয়াই আছে। কিন্তু বাকী কুকুৰবোৰৰ মৃত্যু হৈছে। এইটো প্ৰথমবাৰৰ বাবে নহয়। এই ধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে। এইবাৰ আমাৰ হাতত সমগ্ৰ ঘটনাৰ প্ৰমাণ আছে।”

সূত্ৰ অনুসৰি ৰাজ্যৰ পশুপ্ৰেমী সংগঠনসমূহে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পৰিৱেশ কৰ্মী মানেকা গান্ধীৰ সৈতে যোগাযোগ কৰিছে। তেওঁ জলপাইগুৰি কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ আৰক্ষীক বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd