• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 8:56 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় হকী দলে ২০২৫ চনৰ হকী এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুপাৰ ফোৰৰ মেচত চীনক ৭-০ গ’লত পৰাস্ত কৰি হৰমনপ্ৰীত আৰু তেওঁৰ দলটোৱে ফাইনেলৰ টিকট নিশ্চিত কৰে।

বিহাৰ স্প’ৰ্টছ ইউনিভাৰ্চিটি হকী ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত খেলখনত অভিষেকে দুটা গ’ল দিয়ে। ইয়াৰ উপৰিও শিলানন্দ লাক্ৰা, দিলপ্ৰীত সিং, মনদ্বীপ সিং, ৰাজকুমাৰ পাল আৰু সুখজিৎ সিঙে এটাকৈ গ’ল দিয়ে।

Apply Now

এই জয়ৰ ফলস্বৰূপে ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ কোৰিয়া। সমগ্ৰ দেশে এই বিজয় উদযাপন কৰিছে, ভাৰতীয় হকী দলটোক প্ৰশংসা কৰিছে। এতিয়া এছিয়া কাপৰ খিতাপ জয়ৰ ওপৰত সকলোৰে দৃষ্টি।

খেল আৰম্ভ হোৱাৰ পৰাই ভাৰতৰ আধিপত্য বৰ্তি আছিল। চীনৰ ডিফেন্সৰ ভুলৰ সুযোগ লৈ খেলখনৰ চতুৰ্থ মিনিটত শিলানন্দ লাক্ৰাই প্ৰথমটো গ’ল দিয়ে। তাৰ পাছত মাত্ৰ ৩ মিনিটৰ পাছতেই পেনাল্টি কৰ্ণাৰত দিলপ্ৰীত সিঙে দ্বিতীয়টো গ’ল দিয়ে। বাৰে বাৰে বল ক্লিয়াৰ কৰিব নোৱাৰাৰ মূল্য দিবলগীয়া হৈছিল চীনৰ ডিফেন্সে।

প্ৰথম কোৱাৰ্টাৰত ভাৰতে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। দ্বিতীয় কোৱাৰ্টাৰত অগ্ৰগতি বৃদ্ধি কৰে মনদ্বীপ সিঙে। আন এটা পেনাল্টি কৰ্ণাৰৰ বাবে গ’লৰ সন্মুখত সৃষ্টি হোৱা খেলিমেলিৰ সুযোগ লৈ তেওঁ। বলটো ব্লক কৰা হয় যদিও গ’লৰক্ষকে দখল ল’ব নোৱাৰিলে, আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰে মনদ্বীপে।

তৃতীয় কোৱাৰ্টাৰত ভাৰতে পুনৰ গতি বৃদ্ধি কৰে। ৩৭ মিনিটত বাওঁফালৰ পৰা শিলানন্দৰ ক্ৰছৰ পৰা দিলপ্ৰীতৰ পাছ লাভ কৰা ৰাজকুমাৰ পালে পোষ্টৰ ঠিক সন্মুখত থিয় হৈ সহজ গ’ল দিয়ে। ইয়াৰ দুই মিনিটৰ পাছত সুখজিৎ সিঙৰ গ’লে ভাৰতীয় অনুৰাগীৰ উন্মাদনা বৃদ্ধি কৰে। দিলপ্ৰীতৰ কাটবেকৰ পৰা বলটো লাভ কৰি সুখজিতে লো শ্বটেৰে বলটো নেটত সুমুৱাই দিয়ে।

অৱশ্যে খেলখনৰ চূড়ান্ত চমক দেখুৱালে অভিষেকে। শেষৰ কোৱাৰ্টাৰত দুটা গ’ল দি তেওঁ চীনৰ বিৰুদ্ধে কফিনত চূড়ান্ত গজালটো মাৰিলে। ৪৬ আৰু ৫০ মিনিটত তেওঁৰ দুটা নিখুঁত গ’লে ভাৰতৰ জয় সম্পূর্ণ কৰে৷

এই বিশাল জয়ৰ পাছত সমগ্ৰ দেশতে ভাৰতীয় হকী দলৰ প্ৰশংসাৰ ধুমুহা বৈছে। ক্ৰীড়াপ্ৰেমীসকলে প্ৰশিক্ষক কৰ্মী আৰু খেলুৱৈসকলক অভিনন্দনেৰে উপচাই পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd