• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2022 12:50 pm
হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

প্রতিনিধিত্বমূলক ফটো।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Man kills pregnant wife over dowry গুৱাহাটী চহৰৰ উপকণ্ঠৰ হাজোত এজন লোকে তেওঁৰ ২৩ বছৰীয়া গৰ্ভৱতী পত্নীক যৌতুকৰ বাবে হত্যা কৰাৰ অভিযোগ উঠিছে।

বাতৰি অনুসৰি চাফিকুল হক নামৰ লোকজনে তেওঁৰ পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ পিছত ঘৰত তেওঁৰ মৃতদেহটো ওলোমাই ৰাখে।

লগতে পঢ়ক: Man-Elephant Conflict: অসম-মেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত

বাতৰিত কোৱা হৈছে যে মৃত মহিলাগৰাকীয়ে এবছৰ আগতে অভিযুক্ত চাফিকুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে যৌতুকক লৈ দুয়োজনৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ পিছতে তেওঁলোকৰ কন্যাক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল।

তেওঁলোকে লগতে অভিযোগ কৰিছে যে চফিকুলে যৌতুকৰ দাবীত তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল।

লগতে পঢ়ক: The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

মৃতকৰ পৰিয়ালৰ সদস্যসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত হাজো আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd