• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2022 11:02 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

The age of the Sun and its death জন্মিলে মৰিব লাগে এই সত্য কেৱল জীৱকূলৰ বাবেই প্ৰযোজ্য নহয়, জীৱকূলৰ সৃষ্টি আৰু জীয়াই থকাৰ অন্যতম কাৰণ যি সূৰ্য তাৰো মৃত্যু হ’ব। 

বিজ্ঞানীসকলে জানিবলৈ দিছে যে সূৰ্য এতিয়া মধ্যবয়স্ক। বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ নিখুঁত মানচিত্ৰ তৈয়াৰ কৰা গায়া মহাকাশযানে (স্পেচক্ৰাফ্ট) এইবাৰ সূৰ্যৰ বয়স আৰু জীৱনকালৰ বিষয়ে তথ্য দাঙি ধৰিছে।

লগতে পঢ়ক: FIFA Bans AIFF: ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক; ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ-১৭ৰ মহিলা বিশ্বকাপ

Apply Now

জানিব পৰা গৈছে যে সূৰ্যৰ বয়স এতিয়া প্ৰায় ৪৫৭ কোটি বছৰ। সূৰ্য এতিয়া মধ্যবয়সীয়া আৰু সম্পূৰ্ণ স্বাস্থ্যৱান। হাইড্ৰ’জেন ফিউজ কৰি হিলিয়াম উৎপন্ন কৰি চলি আছে। কৰোনেল মাচ ইজেকচন চলি আছে। অৰ্থাৎ, সকলোবোৰেই স্বাস্থ্যকৰ আৰু স্বাভাৱিক।

কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে বিপদ হ’ব। যদি হাইড্ৰ’জেনৰ অভাৱ হয়, ফিউজন প্ৰণালী সলনি হ’ব আৰু সময়ত গৈ ই এক বিশালকায় ৰঙা তৰালৈ পৰিণত হ’ব। কিন্তু সেই আপদীয়া দিনটো কেতিয়া আহিব?

বিভিন্ন তথ্য আৰু পৰীক্ষা-নিৰীক্ষাৰ পিছত বিজ্ঞানীসকলে জানিবলৈ দিছে যে ৮০০ কোটি বছৰ বয়সত আমাৰ সূৰ্য সৰ্বোচ্চ উষ্ণতাৰ পৰ্যায়ত উপনীত হ’ব। তাৰ পিছৰে পৰা ই ঠাণ্ডা হ’বলৈ আৰম্ভ কৰিব আৰু আকৃতিও বৃদ্ধি পাব। ই তেতিয়া এটা ৰঙা দৈত্যাকৃতিলৈ পৰিৱৰ্তিত হ’ব।

লগতে পঢ়ক: Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

অৱশেষত ১০ লাখ কোটি বছৰত সূৰ্যৰ মৃত্যু হ’ব। কোৱাৰ প্ৰয়োজন নাই যে সেই সময়ত জীৱজগত বৰ্তি থকাৰ কোনো প্ৰশ্নই নাই। সূৰ্যই ইয়াৰ উত্তাপ হেৰুৱাই পেলালেই পৃথিৱীত জীৱৰ ধ্বংস হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd