• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰবীন্দ্ৰভৱনত মঞ্চস্থ হ’ল মানিক ৰয়ৰ নাটক “মেজিক ষ্টিক”

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2021 2:20 pm
a nat
244
VIEWS
Share on FacebookShare on Twitter

১৯৯৮ চনত স্থাপন হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত আজি বিয়লি ৩:৪৫ আৰু সন্ধিয়া ৬:৩০ বজাত মানিক ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত দুবাৰকৈ মঞ্চস্থ হয় “মেজিক ষ্টিক” শীৰ্ষক শিশু নাটখন৷

শিশু নাটকৰ ধাৰাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিষ্ণু- নিৰ্মলা ভৱনস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷

শিশুৰ সৃজনশীল মনটোক বিভিন্ন ধৰণেৰে ভৰণ-পোষণ দিয়াৰ লগতে অভিনয় প্ৰশিক্ষণৰ উপৰিও শিশুৰ শাৰীৰিক,মানসিক আৰু ব্যক্তিত্বৰ বিকাশত গুৰুত্ব দি অহা বিদ্যালয়খনৰ আজিৰ নিবেদন “মেজিক ষ্টিক” নাটখনত পৰিচালক তথা নাট্যপৰিকল্পক মানিক ৰয়ে শিশু সমাজত প্ৰচলিত তিনিটা পৃথিৱী বিখ্যাত সাধু ‘সিংহ আৰু নিগনি’,’শহা আৰু কাছ’,’বুধিয়ক কাউৰী’ৰ সংমিশ্ৰণ কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে৷

নাটকীয় কাহিনী, চৰিত্ৰ ,সংলাপ সংযোজন কৰি দৰ্শকৰ বাবে বিশেষকৈ শিশুসকলৰ বাবে আগবঢ়োৱা মেজিক ষ্টিক নাটখনত বিজিত কুমাৰ দাস,আফতাব আহমেদ,সৃষ্টি শৰ্মা,চিন্ময় কৃষ্ণ সন্দিকৈ,ৰশ্মি ৰেখা শৰ্মা,বিৰিঞ্চি বড়া,অনিশা দত্ত,হাচান চাহনোৱাজ ইছলাম,নিকিতা শৰ্মা,পাৰ্থপ্ৰতীম বৰুৱা,জিতেন চুতিয়া,ওম কাশ্যপ,নিশাংকিতা শৰ্মা,সমীৰণ দাস,জিষ্ণু প্ৰতীম বৰুৱা,ধৃতিক ৰাজ ডেকা আদিয়ে সুঅভিনয় কৰে৷

আৰ্চদ এ ৰহমান আৰু লেনিন বৰাৰ সংগীত,মৌমিতা শইকীয়াৰ ৰূপসজ্জা,প্ৰদীপ ৰয়ৰ মঞ্চসজ্জা,ডিম্পল দাসৰ পোহৰ,ৰেখা দাসৰ সাজসজ্জাৰ মেজিক ষ্টিক নাটখনৰ প্ৰযোজনা আছিল গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ৷

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd