• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলীউডত ইয়োহানিৰ আত্মপ্ৰকাশ; ‘থ্যাংক গড’ ছবিত এইবাৰ হিন্দীত শুনা যাব ‘মানিকে মাগে হিথে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 3:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ যুৱ ইউটিউবাৰ ইয়োহানি ডি চিলভাৰ কণ্ঠত ‘মানিকে মাগে হিথে’ গানটোৱে এসময়ত সামাজিক মাধ্যমত তোলপাৰ লগাইছিল। গোটেই দিনধৰি ম’বাইল ফোনবোৰত এই গানটোৱে কেৱল বাজিছিল। গানটো প্ৰথমে শ্ৰীলংকাৰ ৰেপাৰ সথিশান ৰথনায়কে গাইছিল, পিছত তেওঁ ইয়োহানিৰ সৈতে কভাৰ কৰিছিল। তেতিয়াৰে পৰা কেইবাগৰাকীও ভাৰতীয় তাৰকাই সিংহলী গায়িকাৰ গানটোত নৃত্য কৰিছে।

শীঘ্ৰেই আহি আছে অজয় দেৱগনৰ ছবি ‘থ্যাংক গড’। সিংহলী গায়িকা ইয়োহানি ডি চিলভাই এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। তেওঁ বলীউডৰ এই চলচ্চিত্ৰখনৰ বাবে নতুনকৈ ‘মানিক মাগে হিথে’ গাইছে। গানটোৰ কথাবোৰ এইবাৰ হিন্দীলৈ ৰূপান্তৰিত হৈছে।

‘থ্যাংক গড’ৰ ইয়োহানিৰ এই গানটো তানিষ্ক বাগচীয়ে পৰিচালনা কৰিছে। গানটো ৰেকৰ্ডিং কৰাৰ পিছত ইয়োহানিয়ে কৈছিল যে হিন্দীত এই গানটো গোৱাটো তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।

হিন্দী সংস্কৰণত গানটো গোৱাৰ বিষয়ে ইয়োহানিয়ে কয়, “ভাষাটো শিকা, আয়ত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। মই সৰুৰে পৰা হিন্দী গান বহুত শুনিছোঁ। কিন্তু চিনেমা এখনৰ বাবে গান গোৱাটো একেবাৰে বেলেগ বিষয়। তাত মই এগৰাকী অভিনেত্ৰীৰ কণ্ঠত গান নিগৰাব লাগিব। উচ্চাৰণ, কণ্ঠৰ ভংগী, তান – সকলোবোৰ সঠিক ৰাখিব লাগে। মই এইটো আগতে কেতিয়াও কৰা নাই। গতিকে এইটো মোৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।‘’ সংগীত পৰিচালক তানিষ্ক বাগচীও ইয়োহানিৰ সৈতে কাম কৰি বহুত সুখী।

পৰিচালক ইন্দ্ৰ কুমাৰৰ আহিবলগীয়া ছবি ‘থ্যাংক গড’। ‘মানিক মাগে হিথে’ প্ৰদৰ্শনৰ বাবে সাজু হৈছে। চলচ্চিত্ৰখনত অজয় দেৱগন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাকুল প্ৰীত সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰাকুল প্ৰীত সিঙক এই ছবিখনত সিদ্ধাৰ্থৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ‘আয়াৰী’ৰ পিছত যুটীটোক পুনৰ একেলগে দেখা যাব। ছবিখন ২৫ অক্টোবৰত অৰ্থাৎ দেৱালীত মুক্তি পাব। তানিষ্ক বাগচীয়ে সুৰ কৰা ‘মানিকে মাগে হিথে’ৰ হিন্দী সংস্কৰণত কণ্ঠ নিগৰাইছে ইয়োহানিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am
অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd