• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! ম্যানমাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশ ৯০০ উগ্ৰপন্থীৰ, সষ্টম সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2024 10:44 am
চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে।

চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে।

336
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত গোষ্ঠীগত হিংসাৰ আঁৰত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰা উগ্ৰপন্থীৰ মুখ্য ভূমিকা আছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে বহুদিনৰ পৰাই এই আশংকা কৰিছিল। এইবাৰ প্ৰমাণ আহিল সেনাবাহিনীলৈ।

চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি মণিপুৰত পুনৰ অশান্তিৰ সৃষ্টি কৰিবলৈ ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে। চলিত মাহৰ শেষত তেওঁলোকে এক বৃহৎ সংগঠিত আক্ৰমণৰ পৰিকল্পনা কৰিছে।

চোৰাংচোৱাৰ সূত্ৰ অনুসৰি সেই ৯০০ কুকি উগ্ৰপন্থীয়ে ইতিমধ্যে ৩০টা গোটত বিভক্ত হৈ মণিপুৰৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। সকলোকে সঠিকভাৱে প্ৰশিক্ষণ দিয়া হৈছে। ড্ৰোন আক্ৰমণতো অভ্যস্ত, জংঘলত যুদ্ধ চলোৱাৰ বাবেও তেওঁলোক পাৰদৰ্শী। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, চোৰাংচোৱা সংস্থাসমূহে ২৮ ছেপ্টেম্বৰৰ ভিতৰত এই আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি অনুমান কৰিছে।

অৱশ্যে চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে সজাগ হৈ আছে নিৰাপত্তাৰক্ষী। মণিপুৰৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে যেতিয়ালৈকে আমি নিশ্চিত নহয় যে কোনো আক্ৰমণ নহ’ব, তেতিয়ালৈকে চোৰাংচোৱা তথ্যক ১০০ শতাংশ সঁচা বুলি লৈ প্ৰস্তুতি চলোৱা হৈছে। অৱশ্যে মণিপুৰৰ জনসাধাৰণক সকীয়াই দি সেনাই এতিয়ালৈকে কোনো বাৰ্তা প্ৰেৰণ কৰা নাই। ড্ৰোন উৰুৱাত নিষেধাজ্ঞাও জাৰি কৰা হোৱা নাই।

উল্লেখ্য যে মণিপুৰত বহু কুকি উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে। একাধিক চোৰাংচোৱা সংস্থাৰ মতে এই বিচ্ছিন্নতাবাদীসকলক চীন আৰু আই এছ আইৰ সমৰ্থন আছে। ম্যানমাৰৰ উগ্ৰপন্থীক ব্যৱহাৰ কৰি ভাৰতত সন্ত্ৰাসবাদৰ ব্লু প্ৰিন্ট সৃষ্টি কৰা হৈছে। কেন্দ্ৰও সতৰ্ক। ইতিমধ্যে ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ কাম আৰম্ভ হৈছে। প্ৰায় ১ হাজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ছীল কৰিবলৈ ৩১ হাজাৰ কোটি টকা খৰচ হ’ব। 

Recent News

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd