• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! ম্যানমাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশ ৯০০ উগ্ৰপন্থীৰ, সষ্টম সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2024 10:44 am
চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে।

চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত গোষ্ঠীগত হিংসাৰ আঁৰত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰা উগ্ৰপন্থীৰ মুখ্য ভূমিকা আছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে বহুদিনৰ পৰাই এই আশংকা কৰিছিল। এইবাৰ প্ৰমাণ আহিল সেনাবাহিনীলৈ।

চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি মণিপুৰত পুনৰ অশান্তিৰ সৃষ্টি কৰিবলৈ ম্যানমাৰ সীমান্ত পাৰ হৈ ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে। চলিত মাহৰ শেষত তেওঁলোকে এক বৃহৎ সংগঠিত আক্ৰমণৰ পৰিকল্পনা কৰিছে।

চোৰাংচোৱাৰ সূত্ৰ অনুসৰি সেই ৯০০ কুকি উগ্ৰপন্থীয়ে ইতিমধ্যে ৩০টা গোটত বিভক্ত হৈ মণিপুৰৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। সকলোকে সঠিকভাৱে প্ৰশিক্ষণ দিয়া হৈছে। ড্ৰোন আক্ৰমণতো অভ্যস্ত, জংঘলত যুদ্ধ চলোৱাৰ বাবেও তেওঁলোক পাৰদৰ্শী। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, চোৰাংচোৱা সংস্থাসমূহে ২৮ ছেপ্টেম্বৰৰ ভিতৰত এই আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি অনুমান কৰিছে।

Apply Now

অৱশ্যে চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে সজাগ হৈ আছে নিৰাপত্তাৰক্ষী। মণিপুৰৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে যেতিয়ালৈকে আমি নিশ্চিত নহয় যে কোনো আক্ৰমণ নহ’ব, তেতিয়ালৈকে চোৰাংচোৱা তথ্যক ১০০ শতাংশ সঁচা বুলি লৈ প্ৰস্তুতি চলোৱা হৈছে। অৱশ্যে মণিপুৰৰ জনসাধাৰণক সকীয়াই দি সেনাই এতিয়ালৈকে কোনো বাৰ্তা প্ৰেৰণ কৰা নাই। ড্ৰোন উৰুৱাত নিষেধাজ্ঞাও জাৰি কৰা হোৱা নাই।

উল্লেখ্য যে মণিপুৰত বহু কুকি উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে। একাধিক চোৰাংচোৱা সংস্থাৰ মতে এই বিচ্ছিন্নতাবাদীসকলক চীন আৰু আই এছ আইৰ সমৰ্থন আছে। ম্যানমাৰৰ উগ্ৰপন্থীক ব্যৱহাৰ কৰি ভাৰতত সন্ত্ৰাসবাদৰ ব্লু প্ৰিন্ট সৃষ্টি কৰা হৈছে। কেন্দ্ৰও সতৰ্ক। ইতিমধ্যে ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ কাম আৰম্ভ হৈছে। প্ৰায় ১ হাজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ছীল কৰিবলৈ ৩১ হাজাৰ কোটি টকা খৰচ হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd