• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত পুনৰ অস্থিৰতা! কুকি গোষ্ঠীৰ স্বঘোষিত কামাণ্ডাৰ দুস্কৃতিকাৰীক হত্যা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 2, 2024 6:45 pm
155
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত হিংসাৰ অন্ত নাই। মঙলবাৰে গভীৰ নিশা চুৰাচান্দপুৰৰ লেইছাং ৰক্তাক্ত হৈ পৰে। তাতে আক্রমণকাৰীয়ে গুলীয়াই হত্যা কৰে সশস্ত্ৰ কুকি গোটৰ এজন স্বঘোষিত কামাণ্ডাৰক। বুধবাৰে পুৱাই তেওঁৰ গুলীবৃদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। গভীৰ নিশাৰ এই আক্ৰমণ কোনে সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মঙলবাৰৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ইম্ফল, বিষ্ণুপুৰ, জিৰিবাম, লামফেলকে ধৰি ১৯টা থানা এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যত এই আইনখন বৃদ্ধি কৰা হৈছে। উগ্ৰপন্থী সংগঠনসমূহে হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰখাৰ সময়তে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে নতুন হিংসাৰ খবৰ আহিল।

চুৰাচান্দপুৰৰ লেইছাঙত কমাণ্ডাৰক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ‘সেখহোহাও’ নামেৰে পৰিচিত লোকজন কাপ্ৰাং গাঁৱৰ বাসিন্দা। নিহত যুৱকজন সংযুক্ত কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ সদস্য আছিল। বুধবাৰে পুৱা চুৰাচান্দপুৰৰ টৰবুং বাংলোৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ।

শেহতীয়াকৈ মণিপুৰত দুটা গোটৰ মাজত ৰকেট আৰু ড্ৰ’ন আক্ৰমণৰ সংঘৰ্ষ হৈছিল। পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। কুকি আৰু মেইটেইৰ সৈতে আলোচনা চলি আছে। আনহাতে, মণিপুৰ কংগ্ৰেছে দাবী কৰিছে যে ৰাজ্যত হিংসা আৰু অশান্তি অব্যাহত আছে। কুকি আৰু মেইটেইৰ মাজত আলোচনাৰ কোনো প্ৰমাণো পোৱা নাযায়।

Recent News

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd