• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ পাঁচ বছৰীয়া শাসনকালক ‘অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’ আখ্যা মনমোহন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2019 9:11 pm
Modi-Manmohan_1555034822318

ফটো : লাইভ মিন্ট ডটকমৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰীয়া কৰ্যকালটোক ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ বুলি অভিহিত কৰিছে।

ড০ সিঙে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰস্থানৰ বাট দেখুৱাই দিয়া উচিত কিয়নো তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালটো দেশৰ যুৱসকল, কৃষক, ব্যৱসায়ী আৰু প্ৰতিটো গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ বাবে ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ হিচাপে বিবেচিত হৈছে।

অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা ড০ সিঙে সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত কয় যে জনসাধাৰণে ‘’সৰ্বাংগীণ বিকাশত বিশ্বাস নকৰা আৰু কেৱল বিবাদৰ জৰিয়তে ইয়াৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে চিন্তিত হৈ থকা’’ শাসনকালক উৎখাত কৰাৰ সিদ্ধান্ত লৈছে।

ড০ সিঙে অভিযোগ কৰে যে বিগত পাঁচ বছৰত দুৰ্নীতিৰ পৰিমান ‘’অকল্পনীয় মাত্ৰা’’ চুইছেগৈ। তেওঁ লগতে বিমুদ্ৰাকৰণ সম্ভৱত: স্বাধীন ভাৰতৰ আটাইতকৈ ‘’বৃহৎ কেলেংকাৰি’’ আছিল বুলিও কয়।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে প্ৰধান মন্ত্ৰী মোদীৰ পাকিস্তান সন্দৰ্ভত নীতিক ‘’ফটা জোলোঙা’ বুলি উল্লেখ কৰি ইয়াক অনিমন্ত্ৰিতভাৱে পাকিস্তানলৈ যোৱাৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ সৈতে সম্পৰ্কিত ‘প্ৰছন্ন’ আই এছ আইক পাঠানকোটৰ বিমান ঘাটিলৈ আমন্ত্ৰণ কৰালৈকে এলানি ‘লুটি বাগৰ মৰা’ কাৰ্যৰ সমষ্টি বুলি অভিহিত কৰে।

তেওঁ কয় যে জনসাধাৰণে এই চৰকাৰখনৰ কামকাজত অতিষ্ঠ হৈ ভিতৰি ইয়াৰ বিৰুদ্ধে এক জনমত গঠন কৰিছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে মোদী চৰকাৰৰ পাঁচ বছৰ শাসন তথা দায়বদ্ধতাৰ ব্যৰ্থতাৰ এক দুৰ্ভাগ্যজনক কাহিনী।

‘’২০১৪ চনত মোদীজীয়ে ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল। তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালটো দেশৰ যুৱ, কৃষক, ব্যৱসায়ী আৰু প্ৰতিটো গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ বাবে ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক,’’-তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd