• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাঁচ লাখতকৈ কম মূল্যৰ দুখন গাড়ী নিৰ্মাণ কৰি আছে মাৰুতি চুজুকীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 4, 2020 1:03 pm

1 min read

Maruti

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

47.4k
VIEWS
Share on FacebookShare on Twitter

অন্যান্য গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ দৰে মাৰুতি চুজুকীয়েও ভাৰতত বিগত এটা বৰ্ষত গাড়ীৰ বিক্ৰী হ্ৰাস পোৱা সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে।

মাৰুতি চুজুকীয়ে ইয়াৰ গাড়ী বিক্ৰী হ্ৰাস হোৱা বিষয়ত আলোচনা কৰি বিক্ৰী বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

জানিব পৰা মতে ভাৰতৰ অগ্ৰণী বাহন নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকীয়ে পাঁচ লাখ টকা মূল্যৰ ভিতৰত দুখন নতুন বাহন প্ৰস্তুত কৰি আছে।

মাৰুতি চুজুকীৰ উপৰিও হুণ্ডাই আৰু টাটা মট’ৰছে দেশত কম মূল্যৰ বাহন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কাম কৰি আছে।

কম মূল্যৰ বাহন নিৰ্মান কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠান সমূহে ইয়াৰ বাবে প্ৰয়োজনীয় সুৰক্ষা দিশ সমূহ আৰু অন্যান্য দিশ সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

মাৰুতি চুজুকী ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কেনিচি য়ুকাৱাই পাঁচ লাখ টকা মূল্যৰ ভিতৰত নিৰ্মাণ হ’বলগীয়া বাহন দুখন সম্বন্ধে জনিবলৈ দিয়ে।

মাৰুতি চুজুকীয়ে ৮০০ চিচিৰ নতুন আৰ্হিৰ দুখন বাহন বৰ্তমান প্ৰস্তুত কৰি আছে বুলি সঞ্চালক গৰাকীয়ে কয়।

মাৰুতি চুজুকীয়ে কেতিয়া বাহন দুখন বজাৰত মুকলি কৰি দিব সেই সম্বন্ধে বৰ্তমানলৈ কোনোধৰণৰ তাৰিখ ঠিক কৰা নাই যদিও এই বছৰৰ শেষৰ ফালে নহলে অহা বছৰৰ আৰম্ভণিতে গাড়ী দুখন বজাৰত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd