• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপত ভয়ানক গৰাখহনীয়া, প্ৰতিবাদমুখী গঞা

বিপৰ্য্যয়ৰ মাজত উচ্চাৰিত হৈছে সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠান নৱয়ুগৰ নাম।

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 25, 2019 8:59 pm
Massive erosion haunts villagers near Bhupen Hazarika bridge in Assam’s Sadia

ছৈখোৱাৰ গৰাখহনীয়াৰ স্থানৰ ছবি। নৰ্থইষ্ট নাও।

1k
VIEWS
Share on FacebookShare on Twitter

শদিয়াৰ ছৈখোৱা অঞ্চলৰ ভূপেন হাজৰিকা সেতু সমীপৱৰ্তী চিচিনি আৰু ভজনী গাঁৱত ভয়ানক ৰূপত গৰা খহাইছে ন দিহিঙে।

চৰকাৰ, জনপ্ৰতিনিধিক “বাৰম্বাৰ” জনোৱাৰ পিছতো কোনো খবৰ নোহোৱাত উপায়হীন গঞাই দেওবাৰে এখন ৰাজহুৱা সভাত আন্দোলনমুখী হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

“পৰৱৰ্তী পৰ্য্যায়ত স্থানীয় জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই অতি গুৰুত্বপূৰ্ণ সমস্যাটো যদি আওকাণ কৰি চলে, তেনেহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব,” ভজনী গাঁৱত অনুষ্ঠিত সভাৰ সিদ্ধান্ত।

খহনীয়াই এনে তীব্ৰ ৰূপ পাইছে যে গাওঁকেইখনৰ কেইবাখনো বিদ্যালয়, ভজনীৰ মূল পথ আৰু বিস্তীৰ্ণ পথাৰ খহনীয়াই ইতিমধ্যে গ্ৰাস কৰি পেলাইছে।

সোনকালে এই গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে ন দিহিং আৰু ব্রহ্মপুত্ৰই তিনিচুকীয়াৰ আন ঠাইতো সংহাৰী ৰূপ ল’ব বুলি লোকসকলে আশংকা প্ৰকাশ কৰিছে।

ৰাইজে দান-বৰঙনিৰ ধনেৰে সমস্যাটোৰে মোকাবিলা কৰাৰ চেষ্টা কৰিছিল যদিও গণ প্ৰতিৰোধৰ চেষ্টা কাৰ্য্যতঃ বিফল হৈছে।

পৰিস্থিতি এনেকুৱা হৈছেগৈ যে, বৃটিশ্বৰ দিনত ১৯১৩ চনতে ৰাজহ গাওঁৰূপে স্বীকৃত অঞ্চলটোৰে ভেটি উচন হোৱাৰ পথত আগবাঢ়িছে।

“আগতে ৩০০ ঘৰতকৈ অধিক পৰিয়াল আছিল। আজি সেয়া গৈ মাত্ৰ ১০০ ঘৰ হৈছেগৈ,” স্থানীয় এজন ব্যক্তিয়ে জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, ভূপেন হাজৰিকা সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নামো এই বিপৰ্য্যয়ৰ মাজতে উচ্চাৰিত হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ, ২০১২ চনতে সেতুখনৰ নিৰ্মাতা নবয়ুগ নামৰ কোম্পানিটোৱে অঞ্চলটোত খহনীয়া ৰোধত সহায় কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল।

ইয়াৰ কাৰণ আছিল দলং নিৰ্মাণৰ সময়ত নৈখনৰ মাজত কোম্পানিটোৱে বেৰিকেড সাজি নদীৰ সোঁতত বাধা দিয়াত সেই বছৰ অঞ্চলটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

আৰু কোম্পানিটোৱে তেতিয়া ৰাইজৰ সৈতে আলোচনাত বহি খহনীয়া ৰোধত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু আজিও সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে আৰু কোম্পানিৰ কোনো খবৰ নাই, ক্ষুভিত ৰাইজৰ মত।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd