• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপত ভয়ানক গৰাখহনীয়া, প্ৰতিবাদমুখী গঞা

বিপৰ্য্যয়ৰ মাজত উচ্চাৰিত হৈছে সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠান নৱয়ুগৰ নাম।

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 25, 2019 8:59 pm
Massive erosion haunts villagers near Bhupen Hazarika bridge in Assam’s Sadia

ছৈখোৱাৰ গৰাখহনীয়াৰ স্থানৰ ছবি। নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শদিয়াৰ ছৈখোৱা অঞ্চলৰ ভূপেন হাজৰিকা সেতু সমীপৱৰ্তী চিচিনি আৰু ভজনী গাঁৱত ভয়ানক ৰূপত গৰা খহাইছে ন দিহিঙে।

চৰকাৰ, জনপ্ৰতিনিধিক “বাৰম্বাৰ” জনোৱাৰ পিছতো কোনো খবৰ নোহোৱাত উপায়হীন গঞাই দেওবাৰে এখন ৰাজহুৱা সভাত আন্দোলনমুখী হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

Apply Now

“পৰৱৰ্তী পৰ্য্যায়ত স্থানীয় জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই অতি গুৰুত্বপূৰ্ণ সমস্যাটো যদি আওকাণ কৰি চলে, তেনেহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব,” ভজনী গাঁৱত অনুষ্ঠিত সভাৰ সিদ্ধান্ত।

খহনীয়াই এনে তীব্ৰ ৰূপ পাইছে যে গাওঁকেইখনৰ কেইবাখনো বিদ্যালয়, ভজনীৰ মূল পথ আৰু বিস্তীৰ্ণ পথাৰ খহনীয়াই ইতিমধ্যে গ্ৰাস কৰি পেলাইছে।

সোনকালে এই গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে ন দিহিং আৰু ব্রহ্মপুত্ৰই তিনিচুকীয়াৰ আন ঠাইতো সংহাৰী ৰূপ ল’ব বুলি লোকসকলে আশংকা প্ৰকাশ কৰিছে।

ৰাইজে দান-বৰঙনিৰ ধনেৰে সমস্যাটোৰে মোকাবিলা কৰাৰ চেষ্টা কৰিছিল যদিও গণ প্ৰতিৰোধৰ চেষ্টা কাৰ্য্যতঃ বিফল হৈছে।

পৰিস্থিতি এনেকুৱা হৈছেগৈ যে, বৃটিশ্বৰ দিনত ১৯১৩ চনতে ৰাজহ গাওঁৰূপে স্বীকৃত অঞ্চলটোৰে ভেটি উচন হোৱাৰ পথত আগবাঢ়িছে।

“আগতে ৩০০ ঘৰতকৈ অধিক পৰিয়াল আছিল। আজি সেয়া গৈ মাত্ৰ ১০০ ঘৰ হৈছেগৈ,” স্থানীয় এজন ব্যক্তিয়ে জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, ভূপেন হাজৰিকা সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নামো এই বিপৰ্য্যয়ৰ মাজতে উচ্চাৰিত হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ, ২০১২ চনতে সেতুখনৰ নিৰ্মাতা নবয়ুগ নামৰ কোম্পানিটোৱে অঞ্চলটোত খহনীয়া ৰোধত সহায় কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল।

ইয়াৰ কাৰণ আছিল দলং নিৰ্মাণৰ সময়ত নৈখনৰ মাজত কোম্পানিটোৱে বেৰিকেড সাজি নদীৰ সোঁতত বাধা দিয়াত সেই বছৰ অঞ্চলটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

আৰু কোম্পানিটোৱে তেতিয়া ৰাইজৰ সৈতে আলোচনাত বহি খহনীয়া ৰোধত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু আজিও সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে আৰু কোম্পানিৰ কোনো খবৰ নাই, ক্ষুভিত ৰাইজৰ মত।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd