• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন : হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে আৱদ্ধ হৈ পৰা লোকসকলক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2018 11:39 am
sikkim-evacuation-570x320

ফটো : ছিকিমৰ জনসংযোগ বিভাগৰ সৌজন্যত

238
VIEWS
Share on FacebookShare on Twitter

বিগত সপ্তাহত নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত উদ্ভৱ হোৱা ব্যাপক ভূমিস্খলনৰ পৰিস্থিতিৰ অৱশেষত দেওবাৰৰ পৰা বতৰ ফৰকাল হৈ পৰাৰ পিছত  কিছু উন্নত হৈছে।

জিলা প্ৰশাসনে জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ স্বাভাৱিক কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। জিলাখনত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ সংযোগৰ কামো সম্পন্ন কৰি তুলিছে।

বিভাগৰ অভিযন্তা তথা ক্ষেত্ৰ কৰ্মীসকলে তৎপৰতাৰে যোগান প্ৰক্ৰিয়া কাৰ্যকৰী তুলিছে। মাংগানৰ বেছিভাগ অঞ্চলতে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগানৰ কাম পুনৰ মুকলি কৰি তুলিছে।

জৰুৰীকালীন সেৱাৰ দল তথা বন বিভাগে মাংগান চহৰখনৰ বিপদজনকভাৱে পৰি থকা গছবোৰ মুকলি কৰাৰ কাম সম্পূৰ্ণ কৰিছে।

উত্তৰ ছিকিমত নিয়োজিত ভাৰতীয় সেনা তথা ভাৰতীয় বায়ুসেনাই আৱদ্ধ হৈ পৰা পৰ্যটক আৰু স্থানীয় ৰাইজক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ সেৱা মুকলি কৰিছে। হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিবলগীয়া আৱদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আছে বয়স্ক ব্যক্তি, মহিলা তথা শিশু।

এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ স্বামীকো উদ্ধাৰ কৰা হৈছে। তদুপৰি,  হেলিপ্টাৰেৰে উদ্ধাৰ কৰাৰ পূৰ্বে  চিকিৎসাজনিত সমস্যা হোৱাসকলক চিকিৎসা সাহায্যও প্ৰদান কৰা হয়।

সোমবাৰে পুৱা ৬-৩০ বজাৰ পৰা পাঁচখন হেলিকপ্টাৰেৰে আৰম্ভ কৰা উদ্ধাৰ অভিযানত উত্তৰ ছিকিমত আৱদ্ধ হৈ পৰা ৩০ জন পৰ্যটকক উদ্ধাৰ কৰা হৈছে।

মুঠতে, ৪২ জন লোকক চাংথাঙৰ পৰা গেংটকলৈ আৰু ২২ জনক বাগডোগ্ৰালৈ, ১১ জন লোকক মাংগানৰ পৰা গেংটকলৈ আৰু সাতজনক চাংথাঙলৈ হেলিকপ্টাৰেৰে স্থানান্তৰ কৰা হৈছে।

মন্ত্ৰী তথা লাচেন মাংগানৰ বিধায়ক টি ডব্লিউ লেপচা, জংগুৰ বিধায়ক তথা উপাধ্যক্ষ ছনাম গ্যাষ্টো লেপচা আৰু ৰাজ্যসভাৰ সাংসদ হিসে লাচুংগাপাই বিষয়াসকলৰ সৈতে জিলাখনৰ ক্ষতিগ্ৰস্ত স্থানসমূহ ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লয়।

 

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd