• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন : হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে আৱদ্ধ হৈ পৰা লোকসকলক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2018 11:39 am
sikkim-evacuation-570x320

ফটো : ছিকিমৰ জনসংযোগ বিভাগৰ সৌজন্যত

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত সপ্তাহত নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত উদ্ভৱ হোৱা ব্যাপক ভূমিস্খলনৰ পৰিস্থিতিৰ অৱশেষত দেওবাৰৰ পৰা বতৰ ফৰকাল হৈ পৰাৰ পিছত  কিছু উন্নত হৈছে।

জিলা প্ৰশাসনে জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ স্বাভাৱিক কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। জিলাখনত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ সংযোগৰ কামো সম্পন্ন কৰি তুলিছে।

Apply Now

বিভাগৰ অভিযন্তা তথা ক্ষেত্ৰ কৰ্মীসকলে তৎপৰতাৰে যোগান প্ৰক্ৰিয়া কাৰ্যকৰী তুলিছে। মাংগানৰ বেছিভাগ অঞ্চলতে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগানৰ কাম পুনৰ মুকলি কৰি তুলিছে।

জৰুৰীকালীন সেৱাৰ দল তথা বন বিভাগে মাংগান চহৰখনৰ বিপদজনকভাৱে পৰি থকা গছবোৰ মুকলি কৰাৰ কাম সম্পূৰ্ণ কৰিছে।

উত্তৰ ছিকিমত নিয়োজিত ভাৰতীয় সেনা তথা ভাৰতীয় বায়ুসেনাই আৱদ্ধ হৈ পৰা পৰ্যটক আৰু স্থানীয় ৰাইজক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ সেৱা মুকলি কৰিছে। হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিবলগীয়া আৱদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আছে বয়স্ক ব্যক্তি, মহিলা তথা শিশু।

এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ স্বামীকো উদ্ধাৰ কৰা হৈছে। তদুপৰি,  হেলিপ্টাৰেৰে উদ্ধাৰ কৰাৰ পূৰ্বে  চিকিৎসাজনিত সমস্যা হোৱাসকলক চিকিৎসা সাহায্যও প্ৰদান কৰা হয়।

সোমবাৰে পুৱা ৬-৩০ বজাৰ পৰা পাঁচখন হেলিকপ্টাৰেৰে আৰম্ভ কৰা উদ্ধাৰ অভিযানত উত্তৰ ছিকিমত আৱদ্ধ হৈ পৰা ৩০ জন পৰ্যটকক উদ্ধাৰ কৰা হৈছে।

মুঠতে, ৪২ জন লোকক চাংথাঙৰ পৰা গেংটকলৈ আৰু ২২ জনক বাগডোগ্ৰালৈ, ১১ জন লোকক মাংগানৰ পৰা গেংটকলৈ আৰু সাতজনক চাংথাঙলৈ হেলিকপ্টাৰেৰে স্থানান্তৰ কৰা হৈছে।

মন্ত্ৰী তথা লাচেন মাংগানৰ বিধায়ক টি ডব্লিউ লেপচা, জংগুৰ বিধায়ক তথা উপাধ্যক্ষ ছনাম গ্যাষ্টো লেপচা আৰু ৰাজ্যসভাৰ সাংসদ হিসে লাচুংগাপাই বিষয়াসকলৰ সৈতে জিলাখনৰ ক্ষতিগ্ৰস্ত স্থানসমূহ ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd