• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সংস্কাৰপন্থী মাছুদ পেজেস্কিয়ান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2024 11:21 am
ইৰাণৰ নতুন ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ফটোঃ সংগ্ৰহীত।

ইৰাণৰ নতুন ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ফটোঃ সংগ্ৰহীত।

279
VIEWS
Share on FacebookShare on Twitter

ইৰাণৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইৰাণৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা জ্যেষ্ঠ সংসদ সদস্য সংস্কাৰপন্থী নেতা মাছুদ পেজেস্কিয়ান।

শুকুৰবাৰে অনুষ্ঠিত ১৪ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডত মাছুদ পেজেস্কিয়ানে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে।

জনসাধাৰণৰ ভোটত নিৰ্বাচিত হোৱা পেজেস্কিয়ানে লাভ কৰে ১ কোটি ৬৩ লাখ ৮৪ হাজাৰ ৪০৩ টা ভোট। আনহাতে, প্ৰাক্তন মুখ্য পাৰমাণৱিক আলোচনাপন্থী ছাইদ জলিলিয়ে লাভ কৰে ১ কোটি ৩৫ লাখ ৩৮ হাজাৰ ১৭৯টা ভোট।

লগতে পঢ়কঃ ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

১৯৫৪ চনত জন্মগ্ৰহণ কৰা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ হাৰ্ট চাৰ্জাৰীৰ বিশেষজ্ঞ ডিগ্ৰী আছে। তেওঁ ২০০১ চনৰ পৰা ২০০৫ চনলৈকে ইৰাণৰ স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইৰাণৰ উত্তৰ তাব্ৰিজ অঞ্চলৰ পৰাও তেওঁ ৫ বাৰ নিৰ্বাচিত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ ইৰাণৰ দশম ৰাষ্ট্ৰীয় সংসদৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতাও আছে।

শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচনৰ ভোটদানৰ সময়সীমা সন্ধিয়া ৬ বজালৈকে আছিল যদিও সেয়া কেইবাটা পৰ্যায়ত মাজনিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছিল।

লগতে পঢ়কঃ Euro 2024: উত্তেজনাপূৰ্ণ খেলত স্পেইনৰ হাতত পৰাস্ত হৈ ইউৰোৰ পৰা বিদায় আয়োজক জাৰ্মানীৰ, ছেমিফাইনেলত স্পেইন

উল্লেখ্য যে যোৱা মে’ মাহত ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যুৰ পিছত দেশখনত সাংবিধানিক বাধ্যবাধকতা হিচাপে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। 

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd