• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
July 6, 2024 10:02 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভিৰ ভয়াৱহ সংকটৰ সৃষ্টি হৈছে। এই ভাইৰাছত ৪৭ জনৰ মৃত্যু হোৱাৰ লগতে ৮২৮ জনৰ দেহত পজিটিভ পোৱা গৈছে। ত্ৰিপুৰা ৰাজ্যিক এইডছ কন্ট্ৰোল ছ’চাইটিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিছে।

বিষয়াগৰাকীয়ে কয়, ‘আমি এইচ আই ভি পজিটিভ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক পঞ্জীয়ন কৰিছো। ইয়াৰে ৫৭২ জন এতিয়াও জীয়াই আছে, আৰু আমি ৪৭ জনক  সংক্ৰমণৰ ফলত হেৰুৱাইছো।’

বিষয়াগৰাকীয়ে লগতে কয়, ‘দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ত্ৰিপুৰাৰ বাহিৰলৈ প্ৰব্ৰজন কৰিছে।‘

Apply Now

ত্ৰিপুৰা ৰাজ্যিক এইডছ কন্ট্ৰোল ছ’চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পৰা বেজীৰে ড্ৰাগছ সেৱন কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিছে।

লগতে পঢ়কঃ “আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

শেহতীয়া তথ্যই দৈনিক পাঁচৰ পৰা সাতটা নতুন এইচ আই ভি ৰোগী ধৰা পৰাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে বুলিও বিষয়াগৰাকীয়ে লগতে কয়।

ত্ৰিপুৰা জাৰ্নেলিষ্ট ইউনিয়ন, ৱেব মিডিয়া ফ’ৰাম, আৰু টি এছ এ চি এছৰ উদ্যোগত আয়োজিত সংবাদ মাধ্যমৰ কৰ্মশালাৰ সময়ত টি এছ এ চি এছৰ যুটীয়া সঞ্চালকে ত্ৰিপুৰাৰ এইচ আই ভি পৰিস্থিতিৰ পৰিসংখ্যাগত আভাস দাঙি ধৰে।

তেওঁ ব্যাখ্যা দাঙি ধৰি কয়, “এতিয়ালৈকে ২২০খন বিদ্যালয় আৰু ২৪খন কলেজ তথা বিশ্ববিদ্যালয় চিনাক্ত কৰা হৈছে য’ত ছাত্ৰ-ছাত্ৰীসকলে বেজীৰে শিৰাত ড্ৰাগছ সেৱনৰ প্ৰতি আসক্ত। আমি প্ৰায় সকলো ব্লক আৰু মহকুমাৰ পৰা প্ৰতিবেদন সংগ্ৰহেৰে ৰাজ্যজুৰি ১৬৪টা স্বাস্থ্যসেৱা সুবিধা কেন্দ্ৰৰ পৰা তথ্য সংগ্ৰহ কৰিছো।’

লগতে পঢ়কঃ মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

মুঠ সক্ৰিয় ৰোগীৰ সংখ্যাৰ সন্দৰ্ভত টি এছ এ চি এছৰ এজন জ্যেষ্ঠ বিষয়াই ৰিপ’ৰ্ট দাঙি ধৰে যে, “২০২৪ চনৰ মে’ মাহলৈকে আমি এন্টিৰেট্ৰ’ভাইৰেল থেৰাপি (এ আৰ টি) কেন্দ্ৰত ৮৭২৯ জন লোকক পঞ্জীয়ন কৰিছো। বৰ্তমান ৪৫৭০ জন পুৰুষ, ১১০৩ জন মহিলা আৰু এজন তৃতীয় লিংগৰ ব্যক্তিকে ধৰি মুঠ ৫৬৭৪ জন লোক এইচ আই ভি ৰোগত আক্ৰান্ত হৈ আছে।”

ত্ৰিপুৰাত এইচ আই ভি ৰোগীৰ বৃদ্ধিৰ মূল কাৰণ হৈছে বেজীৰে শিৰাত ড্ৰাগছ সেৱনৰ ঘটনা।

এন ই নাও নিউজ, আগৰতলা

এন ই নাও নিউজ, আগৰতলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd