• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেটিং আৰু ছেটিং কৰি দলত থকা মানুহ মই নহয় : মীৰা বৰঠাকুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2018 6:15 pm
মীৰা বৰঠাকুৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মোক বিজেপিৰ প্ৰশান্ত গোস্বামীয়ে whatsapp message ৰ জৰিয়তে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ জাননী দিছে। দলৰ নীতি নিৰ্দেশনা মানি চলা মানুহ হিচাপে কেৱল whatsapp message ৰে বহিস্কাৰ কৰা কথাটো মানি ল’ব নোৱাৰো। কথাটো পুনৰ বিবেচনাৰ বাবে ৰাজ্যিক সভাপতিক আহ্বান জনাম,‘’-বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলত এইদৰে কয় সদ্য বহিস্কৃত বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে।

বৰঠাকুৰে তেওঁৰ বহিস্কাৰ সম্পৰ্কত নিজৰ বক্তৱ্য ৰখাৰ সময়ত কয় যে জাননী দিলেও মেইলযোগে বা হাতেৰে পোৱাকৈ দিব লাগে।

Apply Now

তাৎপৰ্যপূৰ্ভাৱে বৰঠাকুৰে সদৰী কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে যদি দলে এই শাস্তিমূলক সিদ্ধান্ত লৈছে তেন্তে মই ১০০ বাৰ শাস্তি মূৰ পাতি ল’বলৈ প্ৰস্তুত আছো।

তেওঁ কয়, ‘’বিজেপি দলক ভাল পাওঁ, শ্ৰদ্ধা কৰো। অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানিৰ আদৰ্শ লৈ বিজেপিত আহিছো। ৰাজনীতি মোৰ পেছা নহয়, অন্তিম দিনটোলৈকে ৰাইজৰ হকে কাম কৰি যাম। বিজেপিৰ বেনাৰখনেই মীৰা বৰঠাকুৰক মীৰা বৰঠাকুৰ বনাইছে।‘’

বৰঠাকুৰে আজি ইয়াৰ মাজতে কিছু আক্ৰমণাত্মকভাৱে দলৰ নেতৃত্বক উভতি ধৰি কয়, ‘’ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠাৰ লগতে ভিডিঅ’ও ফাদিল হ’ল। কিন্তু কোনো ব্যৱস্থা নল’লে আৰু বিজেপিৰ স্বাভিমানতো নালাগিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰোতে বিজেপিৰ স্বাভিমানত লাগিল।‘’

তেওঁ লগতে কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ ১০ হাজাৰ মানুহে চহী কৰিছে।‘’

আনহাতে, ইৰ্ষাপৰায়ন আৰু নিজৰ ভৰিৰ তলৰ মাটিকনো নথকাসকলে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰি বৰঠাকুৰে আক্ষেপেৰ কয়, ‘’যোৱা ৭ বছৰত বহু প্ৰশ্নৰ উত্তৰ বিচাৰি সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছিলো, কিন্তু একোৱেই উত্তৰ নাপালো।‘’

ইপিনে, ‘’হুৰমূৰকৈ এটি সিদ্ধান্ত লৈ মোক বহিস্কাৰ কৰি ৰঞ্জিত দাসে বিজেপিৰ দলীয় সংবিধানখন অৱমাননা কৰিছে,’’ বুলি অভিযোগ কৰি বৰঠাকুৰে কয় যে নৈতিকতা ৰক্ষা কৰি দেহৰ শেষটোপাল তেজ থকালৈকে দলৰ হৈ কাম কৰি যাম।

বৰঠাকুৰে লগতে কয়, ‘’আগন্তুক নিৰ্বাচন আহি আছে, গতিকে দলটোৰ বিনষ্ট হোৱাটো মই নিবিচাৰো।‘’

‘’ডেটিং আৰু ছেটিং কৰি দলত থকা মানুহ মই নহয়,’’ বুলি বিস্ফোৰক মন্তৱ্য কৰি মীৰা বৰঠাকুৰে উল্লেখ কৰে, ‘’ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনাই প্ৰধান মন্ত্ৰীলৈ চিঠি লিখিছিলো। সেই বাবেও মোক বহিস্কাৰ কৰা বুলি মোৰ অনুভৱ হয়।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd