• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰোধিতাৰে আজি গুৱাহাটীত একত্ৰিত হ’ব উত্তৰ-পূবৰ প্ৰায়বোৰ আঞ্চলিক ৰাজনৈতিক দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 9:29 am
AGP-leaders-meet-Conrad-Sangma-at-Tura-on-January-25-Friday.-750x375

প্ৰধিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি তথা নেডাক প্ৰত্যাহ্বান জনাই উত্তৰ-পূবৰ প্ৰায়বোৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে আজি গুৱাহাটীত অনুষ্ঠিত কৰিব এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ভৱিষ্যতে চৰকাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

বিজেপি মিত্ৰজোঁটৰ দল এন পি পি তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ আহ্বানত তথা অসম গণ পৰিষদ দলৰ উদ্যোগত গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকত উত্তৰ-পূবৰ প্ৰায়বোৰ সৰু বৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আহ্বান জনোৱা আজিৰ এই বৈঠকত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাৰ উপৰি মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।

আজিৰ সভাত উত্তৰ-পূবৰ সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত সংকল্প লোৱাৰ লগতে ভৱিষ্যতে ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সেই সম্পৰ্কত আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে এই সভাৰ পাছতেই দলসমূহৰ নেতৃত্বই আন্দোলনৰ কাৰ্যসূচী তথা ভৱিষ্যতৰ কাৰ্যপন্থা ৰাজহুৱা কৰিব।

উল্লেখ্য যে বিধেয়কখন গৃহীত হ’লে উত্তৰ-পূবৰ ৰাজ্য কেইখন সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে সেয়ে অসমৰ লগতে উত্তৰ-পূবৰ বাকী ৰাজ্য কেইখনত বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে। কিন্তু ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন সম্পৰ্কত নিজৰ স্থিতিত অচল আছে। সেয়ে উত্তৰ-পূবৰ সকলো আঞ্চলিক ৰাজনৈতিক দলে আজি গুৱাহাটীত একত্ৰিত হৈ বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি জানিব পৰা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd