• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত শক্তি বিভাগৰ মেগা ট্ৰাঞ্চফৰ্মাৰ উদ্বোধন

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
June 20, 2020 8:52 pm
Mega electrical transformer inaugurated in Nagaon's Samaguri
425
VIEWS
Share on FacebookShare on Twitter

এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এলৰ অধ্যক্ষ ভি. কে. পিপাৰচিনিয়াই শনিবাৰে নগাওঁ চামগুৰিত এক মেগা ট্ৰাঞ্চফৰ্মাৰ উদ্বোধন কৰে৷

মধ্য অসমৰ বিশেষকৈ নগাঁও,মৰিগাঁও আৰু হোজাই জিলাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যা সমাধান কৰা উদ্দেশ্যে এই ট্ৰান্সফৰ্মাৰটো মুকলি কৰা হৈছে।

১৬০ এম ভি এ শক্তিসম্পন্ন উক্ত ট্ৰাঞ্চফৰ্মাৰটো উদ্বোধন কৰি অধ্যক্ষগৰাকীয়ে কয় যে ৰাজ্যখনত গ্ৰীষ্মৰ কালচোৱাত সঘনাই সৃষ্টি হোৱা বিদ্যুৎ সংকত দূৰ কৰিবলৈ তথা ৰাইজক নিয়মীয়া বিদ্যুৎ যোগান ধৰিবলৈ পাৱাৰ গ্ৰীডযোগে চামগুৰিস্থিত পাৱাৰ ষ্টেচনৰ পৰা ২৪ঘণ্টাই বিদ্যুৎ যোগান ধৰিবৰ বাবেই এই বিশেষ সংযোজন কৰা হৈছে৷

শক্তি বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়াই চামগুৰিস্থিত এ এছ ই বিৰ কন্ট্ৰল ৰুম এলেকাত সংস্থাপিত উক্ত উচ্চ ক্ষমতাসম্পন্ন মেগা ট্ৰাঞ্চফৰ্মাৰটোৱে মধ্য অসমৰ নগাঁও,মৰিগাঁও,হোজাই, কাৰ্বি আংলং,তেজপুৰ আদিতো পূৰ্বতকৈ অধিক সুচাৰুৰূপে শক্তি বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সদৰী কৰে৷

লগতে এই ট্ৰাঞ্চফৰ্মাৰটোৰ জড়িয়তে সকলো গ্ৰাহককে সমান ভল্টেজৰ বিদ্যুত যোগান ধৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷

অনুষ্ঠানত দীপাংকৰ ডেকা, ধ্ৰুৱজ্যোতি হাজৰিকা, দীপাংকৰ দিহিঙ্গীয়া, ভূপেন কুমাৰ গোস্বামী, পঙ্কজ কুমাৰ শ‌ইকীয়াকে ধৰি শক্তি বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে৷

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd