• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনা, অৰ্ধসামৰিক বাহিনীৰ পৰা সুৰাৰ মাচুল ল’ব মেঘালয় চৰকাৰে

কনৰাদ চাংমা চৰকাৰে আবকাৰী ৰাজহ চলিত বিত্তীয় বৰ্ষত ২৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2019 4:51 pm
Conrad Sangma Meghalaya to charge liquor fee from military, paramilitary forces

কনৰাদ চাংমাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কনৰাদ চাংমা কেবিনেটে বৃহস্পতিবাৰে মেঘালয় আবকাৰী সংশোধনী বিধি ২০১৯ত অনুমোদন জনাইছে আৰু সেইমতে ভাৰতীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনীসমূহৰ পৰাও এতিয়াৰে পৰা ৰাজ্যখনে সুৰাৰ মাচুল আদায় কৰিব।

মেঘালয়স্থিত ভাৰতীয় সামৰিক বাহিনীৰ গোটসমূহে অসমৰ নাৰেংগীৰ পৰা সুৰা সংগ্ৰহ কৰি আহিছে, কিন্তু ইয়াৰ পূৰ্বে মেঘালয়ে এইক্ষেত্ৰত কোনো মাচুল আদায় কৰা নাছিল।

সিদ্ধান্তমতে, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীসমূহে ৰাজ্যখনলৈ অনা সুৰাৰ ওপৰত মূল্যভিত্তিক (ad valorem) ৪০ শতাংশ মাচুলৰ লগতে আমদানিৰ বাবদ ৪০ শতাংশ মাচুল আদায় লোৱা হ’ব।

বাহিনীসমূহৰ ক্ষেত্ৰত এই মাচুল এতিয়াও ৰেহাইমূলক, জনায় মুখ্য মন্ত্ৰী চাংমাই। “কিন্তু ই ৰাজ্যখনক প্ৰায় ১.৫ কোটি টকাৰ ৰাজহ দিব।”

তাৰোপৰি, সংশোধিত বিধিৰ ফলত ব’ন্দসমূহে আগতীয়া আবকাৰী কৰ দিয়াটো বাধ্যতামূলক হৈছে। অৰ্থাৎ আন কোম্পানিৰ পৰা সংগৃহীত সুৰাৰ বাবদ তেওঁলোকে আবকাৰী কৰ দিব লাগিব।

ৰাজ্যখনৰ খুচুৰা সুৰা বিক্ৰীকাৰীসকলৰ বাবেও কেবিনেটে এক নতুন মাচুল আৰোপৰ সিদ্ধান্ত লৈছে। ব’ন্দৰ পৰা সুৰা উঠোৱাৰ ক্ষেত্ৰত খুচুৰা বিক্ৰেতাসকলে এতিয়াৰে পৰা “ৰিটেইল লিফ্তিং ফীজ” আদায় দিব লাগিব।

“সুৰাৰ প্ৰতিটো কে’চৰ বাবদ খুচুৰা বিক্ৰেতাসকলে দুটকাকৈ মাচুল দিব লাগিব। প্ৰতি কে’চত দুটকাকৈ ই প্ৰায় ৬০-৭০ লাখ টকাৰ অতিৰিক্ত ৰাজহ সৃষ্টি কৰিব লাগে,” চাংমাই কয়।

Cabinet today discussed ways to improve the revenue collection in the State through policies of the proposed Meghalaya Excise Amendment Rule.
Under the Amendment, the Govt will make it mandatory for retail shops to pay a simple fee when they procure the merchandise from the bond. pic.twitter.com/46eX82ieXr

— Conrad Sangma (@SangmaConrad) November 14, 2019

চৰকাৰে মেঘালয়ৰ আবকাৰী ৰাজহ চলিত বিত্ত বৰ্ষত ২৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যখনৰ এই পৰিমাণ প্ৰায় ২২৭ কোটি টকা।

“আশা কৰিছো পৰৱৰ্তী বিত্তীয় বৰ্ষলৈ গোটেই বস্তুবিলাক ঠিক-ঠাক হ’বগৈ আৰু আমি ৰাজহ বৃদ্ধি দেখিবলৈ পাম। টকাৰ মূল্যত আমি ৪০ৰ পৰা ৫০ কোটি অতিৰিক্ত ৰাজহত চকু দিছো,” চাংমাই কয়।

মেঘালয়ৰ আবকাৰী ৰাজহ ৰাজ্যখনৰ মুঠ ৰাজহৰ কেৱল ১০ৰ পৰা ১৫ শতাংশ।

চাংমা চৰকাৰে ৰাজ্যখনৰ আনুমানিক মুঠ ৰাজহ ২২০০ কোটি টকাৰ হিচাপত আবকাৰী ৰাজহ সৰ্বোচ্চ ২৫০ কোটি টকা কৰাৰ আশা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd