• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড° মুকুন্দ শৰ্মাৰ নিলম্বন সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালনকালয়ৰ সঞ্চালকক “শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসম”ৰ স্মাৰক পত্র

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 6:46 pm
106
VIEWS
Share on FacebookShare on Twitter

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ নিলম্বন সন্দৰ্ভত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকক সাক্ষাৎ কৰি আজি এক স্মাৰক পত্র প্ৰদান কৰে। 

স্মাৰক পত্রখনত মঞ্চৰ নেতৃত্বই কয় যে,  “যোৱা ১৩ জুলাই তাৰিখে সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত  বৰপেটা জিলাৰ ভৱানীপুৰৰ চ’ক বজাৰত হোৱা এক “নাগৰিক সভা”ত অংশ লোৱা বুলি অভিযোগ আনি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক অসম চৰকাৰে নিলম্বন কৰে। আমি ” শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ”ই এই নিলম্বন কাৰ্য্যক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছো। কিয়নো চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো নাগৰিক হিচাপে, ব্যক্তি হিচাপে সকলোৰে বাকস্বাধীনতাৰ অধিকাৰ থাকে। সংবিধানে এই অধিকাৰ ভাৰতবৰ্ষৰ নাগৰিকক দিছে। কিন্তু ড° মুকুন্দ শৰ্মাৰ ক্ষেত্রত এই অধিকাৰ সম্পূর্ণৰূপে ভংগ কৰা হ’ল। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উন্নতিৰ হকে ড° শৰ্মাৰ অবদান অশেষ। কিন্তু সেই অবদানক অস্বীকাৰ কৰি, ছাত্র – ছাত্রী আৰু মহাবিদ্যালয়খনৰ কথা এবাৰো নাভাবি অধ্যক্ষজনক নিলম্বন কৰা কাৰ্য্য চূড়ান্ত অগণতান্ত্রিক আৰু স্বৈৰাচাৰীমূলক। আমি এই কাৰ্য্যক একেমুখে  নিন্দা কৰিছো আৰু নাগৰিকৰ অধিকাৰৰ বিষয় হিচাপে ড° মুকুন্দ শৰ্মাৰ নিলম্বন শীঘ্রে উঠাই লবলৈ এই স্মাৰক পত্রৰ জৰিয়তে আহ্বান জনালো।”

আজি স্মাৰক পত্র প্ৰদান কাৰ্য্যসূচীত মঞ্চৰ হৈ সংগীতা দাস, দেবজিৎ ভৰালী আৰু সুব্রত তালুকদাৰ উপস্থিত আছিল।

Recent News

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd