• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত গ’ল নিজামুদ্দিনৰ পৰা ওভতা ৰোহিংগ্যাসকল? ৰাজ্যসমূহক নজৰ ৰখাৰ নিৰ্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 9:09 am
202004172156250205_MHA-asks-states-to-screen-Rohingyas-for-COVID19-as-many-of_SECVPF.gif

নিজামুদ্দিনৰ সমাৱেশৰ ফাইল ফটো। সৌজন্য: ডি টি নেক্সট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ ধৰ্মীয় সমাৱেশত ৰোহিংগায়ো অংশ লোৱাৰ খৱৰ লাভ কৰিছে গৃহ মন্ত্ৰ্যালয়ে। সমাৱেশত তেওঁলোকেও ভাগ লোৱাৰ কথা জানিব পৰা গৈছে।

এই খৱৰ লাভ কৰাৰ পাছতেই সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশনা দিয়া হৈছে।

যিসকল ৰোহিংগ্যাই এতিয়াও তেওঁলোকৰ শিৱিৰলৈ উভতা নাই গৃহ মন্ত্ৰ্যালয়ে তেওঁলোকক বিচাৰি উলিওৱাৰ নিৰ্দেশ দিছে। ৰাজ্যসমূহক এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে।

যোৱা মাৰ্চৰ মাজভাগত দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় সমাৱেশত তবলিগী জামাতৰ সদস্যসকলে অংশ লৈছিল।

প্ৰধান মন্ত্ৰী  মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছতো বহুতেই তাত থাকি গৈছিল। লকডাউনৰ মাজতেই তালাচী চলাই দুহেজাৰতকৈয়ো অধিক লোকক তাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। পাছত সেই সমাৱেশত যোগ দিয়া বহুতেই কৰ’না আক্ৰান্ত হোৱাটো ধৰা পৰে।

গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে নিজামুদ্দিনৰ উক্ত ধৰ্মীয় সমাৱেশত ৰোহিংগ্যা মুছলমানো উপস্থিত থকাৰ খৱৰ মন্ত্ৰ্যালয়ৰ হাতত আছে। তেওঁলোকৰ মাজতো কৰ’না সংক্ৰমণৰ সম্ভাৱনা ৰৈ গৈছে। সেয়েহ ইমান সোনকালে পৰা যায় তেওঁলোকক বিচাৰি উলিয়াই কৰ’নাৰ পৰীক্ষা কৰাটো জৰুৰী।

গৃহ মন্ত্ৰ্যালয়ে দিল্লী, জম্মু ও কাশ্মীৰ, পঞ্জাৱ আৰু হাৰিয়ানাত ৰোহিংগ্যাসকল য’ত থাকে তাৰ তথ্যও ৰাজ্যসমূহক পঠিয়াইছে। তাত প্ৰতিজন ৰোহিংগ্য আছেনে নাই তাৰ খৱৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

জানিবলৈ দিয়া মতে, হায়দৰাবাদৰ ৰোহিংগ্যা শিৱিৰৰ পৰাও বহুতেই নিজামুদ্দিনৰ সমাৱেশত যোগ দিছিল। ইয়াৰ ভিতৰত কেইবাজনেও এতিয়ালৈকে তেওঁলোকৰ শিৱিৰলৈ উভতা নাই বুলি কোৱা হৈছে। তেওঁলোক এতিয়া ক’ত কেনেকৈ আছে তাৰ খৱৰ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

দেশত চলি থকা কৰ’নাৰ সংক্ৰমণৰ ত্ৰাসৰ মাজতে দিল্লীৰ সেই ধৰ্মীয় সমাৱেশত ৰোহিংগ্যা উপস্থিতি থকাৰ খৱৰে পুনৰ আতংক বৃদ্ধি কৰিছে। অৱশ্যে, কিমানজন ৰোহিংগ্যা উক্ত সমাৱেশত উপস্থিত আছিল সেয়া স্পষ্ট হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd