• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Microfinance Incentives গোলাঘাটত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠান সম্পন্ন

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
December 3, 2021 7:23 am
golaghat microfinance mela
165
VIEWS
Share on FacebookShare on Twitter

Microfinance Incentives গোলাঘাটত বৃহস্পতিবাৰে অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠান সম্পন্ন হয়। বিত্ত বিভাগ, অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকন।

গোলাঘাটত পাঁচ হাজাৰ চাৰি গৰাকী মহিলাক প্ৰদান কৰা হয় ২৫ হাজাৰ টকাৰ চেক। জিলাখনত সৰ্বমুঠ ৩৪ হাজাৰ ১৬২ গৰাকী মহিলাক এই মাইক্ৰ’ ফাইনেন্স উদ্গনিমূলক আচঁনিত অন্তৰ্ভুক্ত কৰা হয়।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

ক’ভিডত স্বামীহাৰা হোৱা মহিলাকো আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

আনহাতে, কৰ’নাৰ নতুনকৈ বিশ্বত সংক্ৰমণ হৈ থকা অ’মিক্ৰন আৰু ডেল্টা ভাইৰাছ ৰোধ কৰাৰ বাবে সাজু হৈ থকা বুলি জানিব দিয়ে অসমৰ স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই।

মন্ত্ৰীগৰাকীয়ে অসমত ৫ ডিচেম্বৰৰ ভিতৰত দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ হ’ব বুলি জানিব দিয়ে।

Recent News

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd