• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ: সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি প্ৰব্ৰজিত শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 8:03 am
179
VIEWS
Share on FacebookShare on Twitter

প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকী প্ৰব্ৰজিত শ্ৰমিক।

যোৱা নিশা দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ানত সংঘটিত হৈছে এই সন্ত্ৰাসবাদী আক্ৰমণ। সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত শ্ৰমিককেইগৰাকীক আনমোল কুমাৰ, হেৰালাল যাদৱ আৰু পিণ্টু কুমাৰ ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে।

শ্ব’পিয়ান চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত আহত শ্ৰমিক কেইগৰাকীক শ্ৰীনগৰলৈ স্থানান্তৰ কৰা হৈছে।

ইফালে এই আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত এক টুইট যোগে কাশ্মীৰ আৰক্ষীয়ে কয়, “শ্ব’পিয়ানত সন্ত্ৰাসবাদীয়ে তিনিগৰাকী বহিৰাগত শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে। আহত ব্যক্তিসকল হৈছে আনমোল কুমাৰ, পিণ্টু কুমাৰ ঠাকুৰ আৰু হেৰালাল যাদৱ।”

আহত আটাইকেইগৰাকী শ্ৰমিক বিহাৰৰ সুপৌল জিলাৰ বাসিন্দা বুলি কাশ্মীৰ আৰক্ষীয়ে টুইটটোত লগতে উল্লেখ কৰে।

 

#Terrorists fired upon three outside #labourers in #Shopian. Injured persons are Anmol Kumar, Pintu Kumar Thakur and Heralal Yadav, all residents of Distt Supaul, Bihar, being shifted to hospital. Cordon being launched.@JmuKmrPolice

— Kashmir Zone Police (@KashmirPolice) July 13, 2023

উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথমটো দিনতে উপত্যকাটোত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতো জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত বহিৰাগত লোকৰ ওপৰত সংঘটিত হৈছিল আক্ৰমণ।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd