• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাকুম্ভত পত্নী অংকিতাৰ সৈতে মিলিন্দৰ পৱিত্ৰ স্নান; পদপিষ্টৰ ঘটনাক লৈ কি ক’লে অভিনেতাজনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 12:38 pm
269
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ। বুধবাৰে অমাৱস্যাৰ দিনা তাত কোটি কোটি লোকে অমৃত স্নান কৰে। তালিকাত বাদ পৰা নাই চেলিব্ৰিটিসকলো। অভিনেতা মিলিন্দ সুমনে পত্নী অংকিতা কোঁৱৰৰ সৈতে ত্ৰিবেনী সংগমত পবিত্ৰ স্নান কৰে। মহাকুম্ভত উপস্থিত থাকিবলৈ পাই অভিনেতাজনে নিজকে ধন্য বুলি অনুভৱ কৰিছে। অৱশ্যে পদপিষ্টৰ ঘটনাক লৈ বিচলিত হৈ পৰিছে মিলিন্দ।

পিন্ধনত হালধীয়া ধূতি। ডিঙিত ৰুদ্ৰাক্ষৰ মালা। হাতত ফুল লৈ ডুব দি তেওঁক সূৰ্য প্ৰণাম কৰা দেখা যায়। কাষতে থিয় হৈ আছিল তেওঁৰ ২৬ বছৰ সৰু পত্নী অংকিতা। কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ সাধাৰণ মানুহৰ ভিৰৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা গৈছিল দুয়োকে।

মিলিন্দে মহাকুম্ভত ডুব যোৱাৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কেপচনত তেওঁ লিখিছে, “মৌনি অমৱস্যাৰ দৰে বিশেষ দিনত অংকিতাৰ সৈতে মহাকুম্ভলৈ আহিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছো। এই আধ্যাত্মিক স্থানলৈ আহি মোৰ অস্তিত্ব অতি সৰু যেন লাগে। এই পৃথিৱীত আমি বাকী থকা সময়খিনি অতি মূল্যৱান। কিন্তু সন্তুষ্ট হ’লেও পদপিষ্টৰ ঘটনাত মই স্তম্ভিত হৈ পৰিছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। হৰ হৰ গংগা, মহাদেৱ সকলোতে বিৰাজমান।”

মিলিন্দ সুমনৰ পোষ্টত বহুতে লিখিছে, “আপুনি ভিভিআইপি স্থানত পবিত্ৰ স্নান কৰিলে নে সাধাৰণ মানুহৰ লগত?” কোনোবাই আকৌ সুধিছে, “পানীটো পৰিষ্কাৰ নে?”

উল্লেখ্য যে মঙলবাৰে মাজনিশা মহাকুম্ভৰ মৌনি আমাৱস্যাৰ স্নানৰ পূৰ্বে সংঘটিত হয় মহা বিপৰ্যয়। ভিৰত পদপিষ্ট হৈ মৃত্যু হয় ৪০ গৰাকী তীৰ্থযাত্ৰীৰ। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অত্যধিক জনসমাগমৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত ঠেলাঠেলিৰ সৃষ্টি হয় আৰু তাতেই বহুত মানুহ পদপিষ্ট হয়।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd