• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2020 11:55 am
HImu Paresh
10.6k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নতুন দিল্লীত ঐতিহাসিক বড়ো চুক্তি সম্পাদনাৰ পিছতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো শান্তি আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে।

মঙলবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘অসম আৰু মণিপুৰৰ আটাইকেইটা বিদ্ৰোহী সংগঠনক শান্তি প্ৰক্ৰিয়ালৈ ঘূৰি আহিবলৈ অনুৰোধ জনাইছো। পৰেশ বৰুৱালৈ আহ্বান তেওঁ যাতে আলোচনাৰ মেজলৈ আহে। আলোচনাৰ বাবে ভাৰত চৰকাৰ ৰৈ আছে ‘।

তেওঁ আৰু কয়, ‘বড়োলেণ্ডৰ দৰে সমগ্ৰ অসম আৰু উত্তৰ-পূবৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে পৰেশ বৰুৱা আলোচনালৈ আহিব লাগে’।”

বৰুৱাই যদি ইচ্ছা কৰে ভাৰত চৰকাৰ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি অমিত শ্বাহে জনোৱা বুলিও সংবাদমেলত হিমন্তই প্ৰকাশ কৰে।

‘শান্তি হ’বলৈ হ’লে সকলোকে লগত লৈ আলোচনা হ’ব লাগিব। কালি যিদৰে NDFB ৰ চাৰিটা গোটৰ নেতৃত্বৰ লগত আলোচনা হৈছে। আলোচনাপন্থী সকলৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনা চলি আছে চলি থাকিব কিন্তু বাহিৰলৈ ওলাই আহিলে আলোচনাটো অধিক সফল হ’ব। সেয়েহে নহা সকলক ওলাই আহিবলৈ আহ্বান জনাইছো’। এইদৰে মন্তব্য কৰে হিমন্তই।

উল্লেখ্য যে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰে ঐতিহাসিক শান্তি চুক্তিত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত স্বাক্ষৰিত চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে বি পি এফৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও স্বাক্ষৰ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd