• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগীৰৰ ফাঁচি বজাৰত এটা ৰক্তদান শিবিৰ উদ্বোধন কৰে মন্ত্ৰী পিয়ুষ হাজিৰকাই

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 29, 2020 7:44 pm
index.jpg65
4.9k
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় তেৰাপান্থ যুৱ পৰিষদৰ উদ্যোগত ফাঁচীবজাৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই অনুষ্ঠানিকভাবে উদ্বোধন কৰে এই ৰক্তদান শিবিৰ।

উদ্বোধন কৰি সংবাদ মাধ্যমক ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই কয়, ‘ল’কডাউনৰৰ ফলত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেজৰ কিছু নাটনি হৈছে। চিকিৎসালয়খনৰ এই নাটনি দূৰ কৰিবৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱ পৰিষদৰ উদ্যোগত ফাঁচীবজাৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।’

অসমত ক’ৰ’না ভাইৰাছৰ লক্ষণ পূৰ্বতকৈ কিছু সলনি হোৱাৰ সন্দেহ কৰা হৈছে৷ যোৱা কালিৰ দুটা ঘটনাত তাৰে প্ৰমাণ পোৱা গৈছে৷মন্ত্ৰী হাজৰিকাই কয়।

‘১৬ বছৰীয়া কিশোৰী গৰাকীয়ে ককাক দীৰ্ঘদিন ধৰি লগ পোৱা নাছিল৷এতিয়ালৈ পোৱা ৮০ শতাংশ কভিড ৰোগী A symptomatic,  A symptomatic মানে কাৰ গাত থাকে কোনেও গম নাপায়, পৰীক্ষা কৰিলেহে উলাই পৰ আমি ইতিমধ্যে গুৰুতৰভাবে cantact ট্ৰেছিং আৰম্ভ কৰিছো।’ মন্ত্ৰীৰ হাজৰিকাৰ মন্তব্য।

কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৈতে বঙাইগাঁওলৈ cantact ট্ৰেছিঙৰ জৰিয়তে কাৰ গাৰ পৰা আহিছিল তাকে চাবলৈ যাব বুলি যাব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে দিল্লীত থকা অসমৰ কভিড ১৯ আক্ৰান্ত সকলক অনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। দিল্লী চৰকাৰে অনুমতি দিলেহে তেওঁলোকক আনিব পৰা যাব৷

‘বহুতে অসমৰ ৰোগীক অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে, কিন্তু এই ক্ষেত্ৰত আমি নেদেখাকৈ ক’ব নোৱাৰো অসমৰ ৰোগী সকলক লৈ আমি খুবেই serious ।’ মন্ত্ৰী  হাজৰিকাই কয়।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd