• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা, সেনা বিষয়াৰ গাড়ী ৰখাই প্ৰেয়সীক দলবদ্ধ ধৰ্ষণ দুষ্কৃতিকাৰীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2024 10:54 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

535
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গভীৰ নিশা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ বাণিজ্যিক চহৰ ইন্দোৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ জামে গেট নামৰ ঠাইত সেনাৰ এখন বাহন ৰখাই কেইবাগৰাকীও মহিলাক দলবদ্ধ ধৰ্ষণ কৰে।

সেই অঞ্চলত এটা বৃহৎ সেনা বেৰেক আছে। গভীৰ নিশা প্ৰেয়সীসকলৰ সৈতে সেনা বিষয়াসকল ওলাই আহিছিল। পাহাৰেৰে আগুৰি থকা জামে গেট এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাহন ৰখোৱা হয়।

দুষ্কৃতিকাৰীয়ে দুজন সেনা বিষয়াক মাৰপিট কৰি ধৰাশায়ী কৰাৰ পিছত প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰে। সেনা বিষয়া এজনে কেনেবাকৈ উৰ্ধতন কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে তথ্য লাভ কৰে।

লগতে পঢ়কঃ অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত চুমি বৰা আৰু তাৰ্কিক বৰাৰ ডিব্ৰুগড়ত আত্মসমৰ্পণ

ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি চাৰিখন থানাৰ আৰক্ষীয়ে গভীৰ নিশা বিশাল বনাঞ্চলত তালাচী আৰম্ভ কৰে। আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰিছে। তেওঁলোকে হাবিত ঘূৰি ফুৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকল স্থানীয় বাসিন্দা নহয়।

দুই যুৱ সেনা বিষয়াই আৰক্ষীক জনোৱা মতে, দুষ্কৃতিকাৰীৰ সংখ্যা ছয়জন। প্ৰথমে তেওঁলোকে ১০ লাখ টকা দাবী কৰিছিল। সেনা বিষয়া দুজনক ধৰাশায়ী কৰাৰ পিছত তেওঁলোকে প্ৰেমিকাসকলক লক্ষ্য কৰি লয়। কিমানগৰাকী মহিলা আছিল সেয়া জনা নাযায়।

লগতে পঢ়কঃ আম্বানীৰ ভান্তাৰালৈ বিতৰ্কিত স্থানান্তৰৰ বাবে সাজু আৰু এটা উত্তৰ-পূবৰ হাতী!

উল্লেখ্য যে বিজেপি শাসিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে যোৱা সপ্তাহত ভূপালত এখন সংবাদমেল আহ্বান কৰি তেওঁৰ কাৰ্যকালত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি যথেষ্ট উন্নত হোৱা বুলি দাবী কৰিছিল। 

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd