• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাটি খান্দি উদ্ধাৰ কৰা হ’ল সন্ধানহীন ৫০ বছৰীয়া মহিলাৰ খণ্ডিত মৃতদেহ! যোধপুৰত নিৰ্মম ঘটনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 31, 2024 11:04 am
ঘটনাৰ বলি অনিতা চৌধুৰী। ফটোঃ সংগ্ৰহীত।

ঘটনাৰ বলি অনিতা চৌধুৰী। ফটোঃ সংগ্ৰহীত।

1.2k
VIEWS
Share on FacebookShare on Twitter

দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত পঞ্চাশ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়! ৰাজস্থানৰ যোধপুৰৰ এই ঘটনাত মৃতদেহটো ৬ টুকুৰা কৰি কাটি পেলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পেছাত এগৰাকী বিউটিচিয়ান, মহিলাগৰাকীৰ ঘৰৰ সমীপৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো।

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল অনিতা চৌধুৰী নামৰ মহিলাগৰাকী। খবৰ অনুসৰি তেওঁ দুপৰীয়া নিজৰ পাৰ্লাৰ বন্ধ কৰি দিছিল যদিও ৰাতিলৈকে ঘৰলৈ উভতি নাহিল। পিছদিনা স্বামীয়ে আৰক্ষীক সন্ধানহীন হোৱাৰ গোচৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী চলাই মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়কঃ ইজৰাইলৰ প্ৰকাশন সংস্থাসমূহক বৰ্জন কৰিলে বিশ্বৰ ১ হাজাৰ গৰাকী আগশাৰীৰ লেখকে

প্ৰাথমিক তদন্ত অনুসৰি এই ঘটনাৰ বাবে দায়ী গুলামুদ্দিন ওৰফে গুল মহম্মদ। তেওঁৰ পাৰ্লাৰ থকা একেটা বিল্ডিঙতে অনিতাৰ দোকান আছিল। দুয়োৰে মাজত ভাল চিনাকিও গঢ় লৈ উঠে।

আৰক্ষীয়ে তদন্ত কৰি গম পায় যে সোমবাৰে পাৰ্লাৰ বন্ধ কৰাৰ পিছত তেওঁ অটো এখন লৈ ওলাই গৈছিল। সেই অটোৱালাজনক বিচাৰি উলিয়াই সোধা-পোছা কৰাৰ পিছত গম পোৱা গ’ল যে অনিতা গংগানা অঞ্চললৈ গৈছে। তাতেই গুলামুদ্দিনৰ ঘৰ।

তাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে গুলামুদ্দিনৰ পত্নীক লগ পায় আৰু গম পায় যে তেওঁ যোৱা তিনিদিন ধৰি ভনীয়েকৰ ঘৰত আছিল। ইয়াৰ পিছত তেওঁ জেৰাৰ সন্মুখত স্বীকাৰ কৰে যে গুলামুদ্দিনেই অনিতাক হত্যা কৰি মৃতদেহটো পুতি থৈছিল। তেনেকৈয়ে বুলডজাৰেৰে মাটি খান্দি খণ্ডিত কৰা মৃতদেহটো উদ্ধাৰ কৰা হয়।

লগতে পঢ়কঃ ওজন হৈছিল ১৭ কেজি! ডায়েট কন্ট্ৰোলৰ পিছতেই মৃত্যু ঘটিল বিশ্বৰ আটাইতকৈ মোটা মেকুৰীটোৰ

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। এই নৃশংস হত্যাকাণ্ড কিয় সংঘটিত হ’ল সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। 

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd