• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটি খান্দি উদ্ধাৰ কৰা হ’ল সন্ধানহীন ৫০ বছৰীয়া মহিলাৰ খণ্ডিত মৃতদেহ! যোধপুৰত নিৰ্মম ঘটনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 31, 2024 11:04 am
ঘটনাৰ বলি অনিতা চৌধুৰী। ফটোঃ সংগ্ৰহীত।

ঘটনাৰ বলি অনিতা চৌধুৰী। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত পঞ্চাশ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়! ৰাজস্থানৰ যোধপুৰৰ এই ঘটনাত মৃতদেহটো ৬ টুকুৰা কৰি কাটি পেলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পেছাত এগৰাকী বিউটিচিয়ান, মহিলাগৰাকীৰ ঘৰৰ সমীপৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো।

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল অনিতা চৌধুৰী নামৰ মহিলাগৰাকী। খবৰ অনুসৰি তেওঁ দুপৰীয়া নিজৰ পাৰ্লাৰ বন্ধ কৰি দিছিল যদিও ৰাতিলৈকে ঘৰলৈ উভতি নাহিল। পিছদিনা স্বামীয়ে আৰক্ষীক সন্ধানহীন হোৱাৰ গোচৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী চলাই মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়কঃ ইজৰাইলৰ প্ৰকাশন সংস্থাসমূহক বৰ্জন কৰিলে বিশ্বৰ ১ হাজাৰ গৰাকী আগশাৰীৰ লেখকে

Apply Now

প্ৰাথমিক তদন্ত অনুসৰি এই ঘটনাৰ বাবে দায়ী গুলামুদ্দিন ওৰফে গুল মহম্মদ। তেওঁৰ পাৰ্লাৰ থকা একেটা বিল্ডিঙতে অনিতাৰ দোকান আছিল। দুয়োৰে মাজত ভাল চিনাকিও গঢ় লৈ উঠে।

আৰক্ষীয়ে তদন্ত কৰি গম পায় যে সোমবাৰে পাৰ্লাৰ বন্ধ কৰাৰ পিছত তেওঁ অটো এখন লৈ ওলাই গৈছিল। সেই অটোৱালাজনক বিচাৰি উলিয়াই সোধা-পোছা কৰাৰ পিছত গম পোৱা গ’ল যে অনিতা গংগানা অঞ্চললৈ গৈছে। তাতেই গুলামুদ্দিনৰ ঘৰ।

তাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে গুলামুদ্দিনৰ পত্নীক লগ পায় আৰু গম পায় যে তেওঁ যোৱা তিনিদিন ধৰি ভনীয়েকৰ ঘৰত আছিল। ইয়াৰ পিছত তেওঁ জেৰাৰ সন্মুখত স্বীকাৰ কৰে যে গুলামুদ্দিনেই অনিতাক হত্যা কৰি মৃতদেহটো পুতি থৈছিল। তেনেকৈয়ে বুলডজাৰেৰে মাটি খান্দি খণ্ডিত কৰা মৃতদেহটো উদ্ধাৰ কৰা হয়।

লগতে পঢ়কঃ ওজন হৈছিল ১৭ কেজি! ডায়েট কন্ট্ৰোলৰ পিছতেই মৃত্যু ঘটিল বিশ্বৰ আটাইতকৈ মোটা মেকুৰীটোৰ

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। এই নৃশংস হত্যাকাণ্ড কিয় সংঘটিত হ’ল সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd