• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰুদ্দিষ্ট সুৰুজ জামালৰ সন্ধানত আৰক্ষীয়ে বিচাৰি পালে কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 25, 2019 7:56 pm
Suruj Jamal

সুৰুজ জামাল।

1.4k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। নিৰুদ্দিষ্ট যুৱকজন মহানগৰীৰ গাড়ীগাঁও মেধিপাৰাৰ সুৰজ জামাল। যোৱা ১৪ জুনত নিজ ঘৰৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনৰে জামালক লৈ গৈছিল এজন যুৱকে।

চাকৰি দিয়াৰ প্রলোভনৰে ৰঙিয়াৰ পাপু নামৰ যুৱক এজনে জামালক জম্মু কাশ্মীৰলৈ লৈ যায়। জামালৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি পাপুৰ সৈতে সামৰিক বাহিনীৰ পোছাক পৰিহিত এজন লোকো আছিল।

অসমৰ পৰা মুঠ ২৫ জনক চাকৰিৰ প্ৰলোভনেৰে জম্মু কাশ্মীৰলৈ যোৱা হৈছিল। এই দলটোত বঙাইগাঁও, ৰঙিয়া, গুৱাহাটী আৰু উজনি অসমৰ যুৱক-যুৱতী আছিল। জানিব পৰা মতে, দলটোত তিনিগৰাকী ছোৱালীও আছিল।

যোৱা ২১ জুনৰ দিনা দিল্লীৰ পৰা শেষবাৰলৈ জামালে পৰিয়াললৈ ফোন কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। তেতিয়া তেওঁ দিল্লীৰ পৰা জম্মু কাশ্মীৰলৈ নি থকা বুলি কৈছিল। তাৰ পাছৰ পৰা জামালৰ মোবাইল ছুইটছ অফ আছিল বুলি পৰিয়ালৰ লোকে জনায়।

আনহাতে, যোৱা ২১ জুনৰ দিনাই  জালুকবাৰী আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল।

ইপিনে, এই ঘটনাক সন্ত্ৰাসবাদী সংগঠন ISIS ত যোগদানৰ বাবে অসমৰ পৰা ল’ৰা ছোৱালী নিয়া হৈছে বুলি সন্দেহ কৰা হৈছিল যদিও এই কথা নাকচ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

আৰক্ষী আয়ুক্ত কুমাৰে কয়, ” ISIS ত যোগদান কৰোৱা বুলি ওলোৱা প্ৰচাৰ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। আমি জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে সম্পূৰ্ণ ৰূপে যোগাযোগ ৰাখিছোঁ আৰু অতি সোনকালে জামালক উদ্ধাৰ কৰা হ’ব।”

আনহাতে, শেহতীয়া আৰক্ষীৰ তথ্য অনুসৰি কাশ্মীৰৰ অনন্তনাগ জিলাৰ কাজিগুন্দত জামালৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমান তাৰ স্থানীয় আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মালৈ আনিছে আৰু শীঘ্ৰেই অসমলৈ প্ৰেৰণ কৰাৰ বাবে যো-জা চলাইছে। তদুপৰি, যুৱক-যুৱতীকেইগৰাকী বৰ্তমান বিপদমুক্ত আৰু সুস্থ অৱস্থাত আছে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd