• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Google Play Store লৈ উভতি আহিল Mitron এপ; আপডেট কৰা হৈছে প্ৰাইভেট পলিচি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 10:55 am
mitron-app-meaning-in-hindi-1280x720

প্ৰতিনিধিত্বমূলক ফটো।

13.5k
VIEWS
Share on FacebookShare on Twitter

গুগল প্লেষ্ট’ৰলৈ আকৌ এবাৰ উভতি আহিছে মিত্ৰো এপ। চীনৰ এপ টিকটিকৰ বিকল্প হিচাপে এইটো হৈছে ভাৰতীয় এপ। সৰু ভিডিঅ’ নিৰ্মাণ কৰাৰ বাবে এই এপটো বহুতেই ডাউনলোড কৰিছিল।

এইবাৰ এপটোৰ প্ৰাইভেট পলিচিৰ কেইবাটাও সালসলনি ঘটোৱা হৈছে।

গুগলে পূৰ্বেই কৈছিল যে যদি মিত্ৰো এপত থকা বিসংগতিসমূহ সম্পূৰ্ণ অঁতৰাই দিয়া হয় তেতিয়াহ’লে এপটো পুনৰ প্লে’ষ্টৰলৈ আনিব পৰা যাব পাৰে।

ইপিনে, প্ৰাইভেট পলিচিত যি পৰিৱৰ্তন অনা হৈছে সেয়া পেইজত দেখা পোৱা গৈছে।

এপটোত ভিডিঅ’ আপলোড কৰাৰ উপৰিও আন কেইবাটাও বিসংগতি আছিল আৰু সেইবোৰ ঠিক কৰা হৈছে।

অৱশ্যে, প্ৰথমতে এপটোৱে ৪.৫ষ্টাৰ ৰেটিং লাভ কৰিছিল সেয়া এতিয়া ৩.৭ষ্টাৰত ৰৈ গৈছে।

এপটো গুগল প্লেষ্ট’ৰৰ পৰা অঁতৰোৱাৰ পূৰ্বে প্ৰায় ৩০লাখ লোকে ডাউনলোড কৰিছিল।

উল্লেখ্য যে গুগলে মিত্ৰো আৰু Remove China Apps নামৰ দুটা এপছ প্লেষ্ট’ৰৰ পৰা অঁতৰাই দিছিল।

এই সম্পৰ্কত গুগলে স্পষ্ট কৰি দি কৈছিল যে গুগলৰ পলিচি অনুসৰি আন এপছৰ কন্টেন্টত সালসলনি নকৰাকৈ বা অলপ যোগ দি আপলোড কৰোৱা বা আন এপছক কোনো এপৰ জৰিয়তে অঁতৰোৱাটো ইয়াৰ পলিচিৰ বিৰোধী।

এই এপটোৰ ডেভেলপাৰ তথা আই আই টি ৰুৰকীৰ ছাত্ৰ শংবাংক আগৰৱালে ছোৰ্স কোড এটা পাকিস্তানী কোম্পানী Qboxusৰ পৰা ক্ৰয় কৰিছিল।

ইয়াকেই তেওঁ ৰি-ব্ৰেণ্ড কৰি ভাৰতত মিত্ৰো নামেৰে মুকলি কৰি দিয়ে। আগৰৱালে কোডিং তথা প্ৰাইভেট পলিচিত কোনো ধৰণৰ সালসলনি কৰা নাছিল।

পাকিস্তানী কোম্পানীটোৱ ইয়াৰ নাম টিকটিক ৰাখিছিল আৰু অতি কম দামতে আগৰৱালক সেইটো বিক্ৰী কৰিছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd