• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক চেম্পিয়ন কৰাৰ স্বাৰ্থত পিতৃৰ বিয়োগৰ বাতৰি লাভ কৰিও ঘৰলৈ নাহিল উত্তৰ-পূবৰ তাৰকা খেলুৱৈ লালৰেমচিয়ামি

তাৰকা ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী কিৰেণ ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 8:10 am
Hockey

লালৰেমচিয়ামি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতো ঘৰলৈ উভতি নাহি জাপানত চলি থকা এফ আই এইচ চিৰিজ হকী টুৰ্ণামেণ্টৰ ফাইনেলত দেশৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় মহিলা হকী দলৰ তাৰকা ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজু।

শনিবাৰে ভাৰত আৰু চিলিৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে লালৰেমচিয়ামি হৃদক্ৰিয়া বন্ধ হৈ পিতৃৰ বিয়োগ হোৱাৰ খবৰ লাভ কৰে।

লালৰেমচাই গৃহৰাজ্য মিজোৰামত হ’বলগীয়া পিতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশলোৱাৰ কথা আছিল যদিও তেওঁ প্ৰতিযোগিতাখনত ভাগ লৈ দেশক জয়ী কৰোৱাৰ ক্ষেত্ৰত বৰঙণি যোগাই পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লালৰেমচিয়ামিয়ে লোৱা সিদ্ধান্ত সঠিক হিচাপে বিবেচিত হয় কিয়নো ভাৰতে চিলিৰ বিৰুদ্ধে হোৱা ছেমিফাইনেল খেলখনত শনিবাৰে ৪-২ গ’লৰ ব্যৱধানত আৰু দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দল জাপানক ৩-১ গ’লত পৰাস্ত কৰি চেম্পিয়ন হ’বলৈ সক্ষম হয়।

Here comes the great news! India clinched the Women's FIH Series Finals hockey tournament by beating Japan 3-1 in the finals at Hiroshima🇮🇳
What an amazing games displayed by Indian Women team🏑
CONGRATULATIONS GIRLS! https://t.co/QIBxlGq4H6

— Kiren Rijiju (@KirenRijiju) June 23, 2019

প্ৰতিযোগিতাখনত চেম্পিয়ন হোৱা ভাৰতৰ মহিলা হকী দলটোৰ চমকপ্ৰদ প্ৰদৰ্শনক প্ৰশংসা কৰি ৰিজিজুৱে টুইটাৰ যোগে প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে লালৰেমচিয়ামিক টুইটাৰত প্ৰশংসা কৰি ৰিজুজুৱে লিখিছিল ‘‘ভাৰতীয় মহিলা হকী দলে অলিম্পিকত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া ছেমিফাইনেল খেলৰ পূৰ্বে ভাৰতীয় মহিলা হকী দলটোৰ খেলুৱৈ লালৰেমচাৰ পিতৃৰ বিয়োগ ঘটিছে আৰু লালৰেমচিয়ামিয়ে প্ৰশিক্ষকক কৈছে ‘মই মোৰ দেউতাক গৌৰৱান্বিত কৰিব বিচাৰো, মই দলৰ সৈতে থাকিব বিচাৰো, খেলিব বিচাৰো আৰু ভাৰতৰ যোগ্যতা নিশ্চিত কৰিব বিচাৰো’’।

ভাৰতীয় দলটোৰ অধিনায়ক ৰাণীয়েও লালৰেমচিয়ামিৰ সিদ্ধান্তক প্ৰশংসা কৰি কয় যে দলে তাইক সকলো সময়তে সমৰ্থন কৰি যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd