• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাকলৈ অপপ্ৰচাৰ: গ্ৰেপ্তাৰ হ’ল ধিঙৰ এআইয়ুডিএফ বিধায়ক আমিনুল ইছলাম

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 10:14 am
Aminul-Islam

ধিং সমষ্টিৰ এআইয়ুডিএফ বিধায়ক আমিনুল ইছলাম। ফাইল ফটো

6.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ বাবে স্থাপন কৰা আইছ’লেশ্যন চেন্টাৰক লৈ বিতৰ্কিত মন্তব্য কৰা ধিং সমষ্টিৰ এআইয়ুডিফৰ বিধায়ক আমিনুল ইছলামক মঙলবাৰে ৰাতিপুৱা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কৰ’নাক লৈ ধিং সমষ্টিৰ এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামে ভয়ংকৰ অপপ্ৰচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছিল।

কৰ’না ৰোগীৰ বাবে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰক  ডিটেনশ্যন চেণ্টাৰতকৈও ভয়াবহ বুলি অভিহিত কৰিছিল ইছলামে। তেওঁৰ মন্তব্যই ৰাজ্যখনৰ ইছলামধৰ্মী লোকক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছিল।

বিধায়ক গৰাকীয়ে আনকি মুছলমান লোকসকলক আওপাকে স্বাস্থ্য বিভাগৰ সৈতে সহযোগ নকৰিবলৈ প্ৰৰোচিত কৰিছিল।

অসম আৰক্ষীৰ হাতত পৰে এক বিশেষ অডিঅ’। ভাইৰেল হৈ পৰা বিধায়কজনৰ কণ্ঠ সম্বলিত এই অডিঅ’ ক্লিপটোত বহু আপত্তিজনক তথ্য পোহৰলৈ আহে।

কোৱাৰেণ্টাইন চেণ্টাৰ, চিকিৎসক আৰু স্বাস্থ্যবিভাগৰ প্ৰতি বিদ্বেষ প্ৰকাশ কৰা অডিঅ’তবলিগী জামাতৰ পৰা উভতি অহা লোকসকলক হাৰাশাস্তি কৰা বুলি কোৱা হৈছে।

বিধায়কগৰাকীয়ে আনকি নিজামুদ্দিনৰ পৰা ঘূৰি অহা কৰ’না পজিটিভ পোৱা জাগীৰোডৰ তিনিগৰাকী ৰোগীক স্বাস্থ্য বিভাগে পৰীক্ষা অবিহনে ৰোগী সজোৱাৰো  অপপ্ৰচাৰ চলাইছিল ইছলামে।

আনহাতে, সোমবাৰে নিশাৰ পৰা নগাঁও আৰক্ষীৰ অতিথিশালাত  বিধায়কগৰাকীক নজৰবন্দী কৰি ৰখা হৈছিল।বিধায়ক গৰাকীৰ ধিঙৰ বাসগৃহত সোমবাৰে নিশা আৰক্ষীৰ এটা দল উপস্থিত হৈ তেওঁক নগাঁৱলৈ লৈ আনিছিল।

Tags: COVID-19

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd