• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 3, 2021 4:23 pm
MLA Sherman Ali expelled
232
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে।
আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও ২ দিনৰহে জিম্মাত দিয়ে আৰক্ষীয়ে।

শ্বেৰমান আলীৰ ডায়েবেটিচ আৰু কাৰদিওলজিত আক্ৰান্ত, সেয়েহে চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবে আদালতত আবেদন জনাইছে শ্বেৰমানৰ অধিবক্তাই।

ভাৰতীয় দণ্ডবিধিৰ ১৫৩/১৫৩(A) ধাৰাত গোচৰ ৰুজু শ্বেৰমানৰ বিৰুদ্ধে পাণবজাৰ থানাত ৫২০/২১ নম্বৰত ৰুজু হৈছে গোচৰ।

ইয়াৰোপৰি, শ্বেৰমানৰ বিৰুদ্ধে দিছপুৰ থানাৰ ৩৫৯৮/২১-নম্বৰত ১৫৩/১৫৩(A), ২৯৪/৫০০ ধাৰাত ৰুজু হৈ আছিল গোচৰ। লগতে ৪০৭/২১ নম্বৰত গীতানগৰ থানাত এক গোচৰ ৰুজু হৈ আছে।

উল্লেখযোগ্য যে, শ্বহীদক “ঘাতক-হত্যাকাৰী” আখ্যা দি শনিবাৰে সন্ধ্যা ৭:১৫ বজাত বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান।

অসম আন্দোলনৰ শ্বহীদক অপমান কৰি ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক অৱশেষত কালি পাণবজাৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত দিছপুৰৰ বিধায়ক আবাসৰ পৰাই গ্ৰেপ্তাৰ কৰে।

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল। ৰাজ্যৰ থানাই থানাই বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰিছিল।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে সংবাদ মাধ্যমৰ আগত কৈছিল ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱা হৈছিল।

হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাতক কেতিয়াও বন্দিত হ’ব নোৱাৰে তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘

Recent News

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd