• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না সম্বন্ধে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ বাবে চাহ বাগিচাই বাগিচাই ঘুৰি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 18, 2020 6:13 pm
ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মী

4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত ল’কডাউন চলি থকা কাৰণে চাহবাগিচা সমূহৰ কাম-কাজ বন্ধ হৈ আছিল।

লকডাউনৰ মাজতে বিভিন্ন জিলাত প্ৰশাসনৰ অনুমতি মৰ্মে চাহ বাগিচা সমূহৰ কিছু কাম-কাজ আৰম্ভ হৈছে।

যোৰহাট জিলাতো জিলা প্রশাসনৰ নিৰ্দেশনা অনুসৰি চাহ বাগিচাৰ কাম আৰম্ভ হৈছে।

যোৰহাটৰ মৰিয়নী বিধানসভা সমষ্টিতো ক্ষুদ্ৰ আৰু কোম্পানীৰ চাহ বাগিচা সমূহত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা পালন কৰি চাহ পাত তোলাৰ পৰা আৰম্ভ কৰি সকলো কাম আৰম্ভ হৈছে।

চাহ বাগিচা সমূহত কাম-কাজ আৰম্ভ হোৱাৰ পাছতে চাহ শ্ৰমিক সকলক বাগিচাই বাগিচাই গৈ ক’ৰ’না ভাইৰাচৰ ভয়াবহতা সম্পৰ্কে সজাগ কৰা কামত ব্যস্ত হৈ পৰিচে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

চাহ বাগিচা সমূহ ভ্ৰমণ কৰি বিধায়ক কুৰ্মীয়ে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ লগতে শ্ৰমিক সকলক প্ৰয়োজনীয় মাস্ককে ধৰি অন্যান্য সামগ্ৰী সমূহ যোগান ধৰিছে নে নাই সেই সম্পৰ্কে পৰিস্থিতিৰ বুজ লৈছে।

কুৰ্মীয়ে মৰিয়নী বিধানসভা সমষ্টিৰ চৈকতা, খেৰুকটিয়া, সোণোৱাল, হাতীজুৰি, দিহিঙীয়াপাৰা, হেমলাই আদি চাহ বাগিচা ভ্ৰমণ কৰি শ্ৰমিক সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলি কেনেদৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিব পৰা যায় সেই সম্পৰ্কে সজাগ কৰে।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd