• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন নিষিদ্ধকৰণ উঠাই লৈ মোদীয়ে নিজৰ ভাৱমূৰ্তি ম্লান কৰিহে ল’লে’; সুব্ৰমণিয়ম স্বামী

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীৰ অন্য এক বিস্ফোৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 5:43 pm
260714014_1-8-e1558502575743-696x392

সুব্ৰমণিয়ম স্বামী (ফাইল ফ'টো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইড্ৰ’ক্সিক্ল’ৰ’কুইন নিষিদ্ধকৰণ উঠাই লৈ মোদীয়ে নিজৰ ভাৱমূৰ্তি ম্লান কৰিহে ল’লে। এই দাবী বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীৰ।

স্বামীৰ দাবী যে ভাৰতে ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ নিষিদ্ধকৰণ উঠাই লোৱাৰ ফলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি ম্লানহে পৰিছে।

সাংসদ স্বামীয়ে কয় যে কোবিড১৯ যুঁজৰ বিৰুদ্ধে ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানি কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ধমকিৰ পিছত ভাৰতে ৰপ্তানিৰ বাবে সন্মত হোৱাটোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি ম্লান কৰিলে।

বিৰাট হিন্দুস্তান নামৰ এটা ইউটিউভ চেনেলক শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত এই দাবী কৰিছে সাংসদ স্বামীয়ে।

‘ট্ৰাম্পে ভাৰতক ভাবুকি দিছিল ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ নিষিদ্ধকৰণ উঠাই ল’বলৈ, ই সমগ্ৰ দেশতে চাপৰ সৃষ্টি কৰিছিল।’ স্বামীয়ে কয়।

উল্লেখ্য যে ৬ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে যদি ভাৰতে আমেৰিকালৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানি নকৰে তেনে আমিৰকাই তাৰ প্ৰতিশোধ ল’ব।

মোদী চৰকাৰে ট্ৰাম্পৰ এই ভাবুকিৰ পিছত আংশিকভাৱে আমেৰিকালৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ কৰে।

‘আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মেলযোগে ভাৰতক ৰপ্তানি নিষিদ্ধকৰণ উঠাই লৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন প্ৰয়োজন হোৱা দেশবোৰলৈ ৰপ্তানি কৰিবলৈ কোৱাৰ মাত্ৰ দুঘণ্টাৰ ভিতৰতে ভাৰতে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।’ স্বামীয়ে সাক্ষাৎকাৰটোত এইদৰে কয়।

স্বামীৰ মতে দুৰ্ভাগ্যজনকভাৱে সময়তো বৰ বেয়া আছিল আৰু ভাৰতৰ সংবাদ মাধ্যমে ট্ৰাম্পৰ ভাবুকিক গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিলে আৰু ভাৰতে ৰপ্তানিৰ নিষিদ্ধকৰণৰ সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হ’ল বুলি স্বামীয়ে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd