• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ১ লাখ অতিক্ৰম : ৰাজ্যত অক্সিজেন নাটনিৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰীৰ

এইসকল ক'ৰ'ণা আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবদ ভৰিব লাগিব ধন; খাদ্য আনিব লাগিব ঘৰৰ পৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2020 6:23 pm
Covid-19
492
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৰ্তমানলৈকে কোভিড আক্ৰান্তৰ সংখ্যা ১,০১,৩৪৭ গৰাকী। ইয়াৰে আৰোগ্য লাভ কৰিছে ৮১,০৭০গৰাকী ৰোগীয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি মৃত্যুৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। এই হাৰ পূৰ্বে ০.২৪ থকাৰ বিপৰীতে বৰ্তমান ০.২৮ শতাংশ হৈছেগৈ।

বৰ্তমান ৰাজ্যত ৪৯৩ জন ৰোগী কেৱল অক্সিজেনৰ ভৰসাত জীয়াই আছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

ইপিনে, মাত্ৰ ৪৯৩ গৰাকী লোক অক্সিজেনৰ ভৰসাত জীয়াই থাকিবলগীয়া হোৱা বুলি উল্লেখ কৰাৰ পাছতে অক্সিজেনৰ নাটনি হৈ অহা বুলি স্বীকাৰ কৰে।

“আগন্তুক দিনত অক্সিজেনৰ অভাৱ ঘটিব পাৰে ৰাজ্যত। ৰাজ্যত বৰ্তমান অক্সিজেনৰ উৎপাদনৰ পৰিমাণ ৩৭.৮৬ মেট্ৰিকটন। দৈনিক চিকিৎসাৰ বাবে ব্যয় কৰা হয় ২৫ মেট্ৰিকটন।”

আৰু ১২ টন আছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ পৰা প্ৰয়োজন অনুসৰি অক্সিজেন ক্ৰয় কৰা হ’ব বুলি জনায়।

ইপিনে, এতিয়াৰ পৰা কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভটিলে চৰকাৰী বাহনৰ সুবিধা নাপাব বুলি তেওঁ জনায়। অৱশ্যে, আন্তঃজিলা পৰ্যায়ত হ’লে স্বাস্থ্য বিভাগে থোৱাৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়।

ইপিনে, কোভিড ৰোগী যদি পেয়িং কেবিনত থাকিব বিচাৰে এতিয়াৰে পৰা ৫০০০ টকা ভৰাৰ লগতে অন্য চিকিৎসা খৰচ বহন কৰিব লাগিব বুলি মন্ত্ৰীয়ে কয়।

ইপিনে, খাদ্যৰ ক্ষেত্ৰতো ঘৰৰ পৰা ৰোগীসকলক খাদ্য যোগান ধৰিবলৈহে আহ্বান জনায় স্বাস্থ্য মন্ত্ৰীয়ে।

ইতিমধ্যে, কোভিড ৰোগীক খাদ্য যোগানৰ বাবদ শ-শ কোটি খৰচ হ’ল বুলি সংবাদমেলত হিমন্তই কয়।

অৱশ্যে, বি পি এল কাৰ্ডৰ কোভিড ৰোগীক স্বাস্থ্য বিভাগেই খাদ্য যোগান ধৰিব বুলি সদৰী কৰে।

Recent News

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd