• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিজেপিত যোগ দিলে দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 13, 2019 8:55 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

683
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ বেতবাৰীত আজি দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বিজেপি দলত যোগদান কৰে। বেতবাৰী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গেলাবিল অঞ্চলত বিজেপিৰ বুথ সভাপতি দিলীপ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন যোগদান সভাত জিলা সভানেত্ৰী সুৰভী ৰাজকুৱঁৰী নতুন কৰ্মীসকলক দলটোলৈ আদৰণি জনায়।

ভাষণ প্ৰসঙ্গত ৰাজকুৱঁৰীয়ে ভাৰত তথা অসমৰ উন্নয়নৰ বাবে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে কাম কৰি বিজেপিক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাই কয়, ‘কংগ্ৰেছে সংখ্যালঘু লোকসকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰিলে আৰু সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে অহা ধন শৰাধ কৰি কংগ্ৰেছৰ নেতা সকলে অজস্ৰ সম্পত্তি  গঢ়িলে।‘

সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰুল ইছলাম আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য আব্দুল ৰেজিবে কয়, ‘খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই’।

কংগ্ৰেছ চৰকাৰে ৬০ বছৰে খিলঞ্জীয়া সংখ্যালঘু লোকসকলক প্ৰতাৰণা কৰি অহা বুলি উল্লেখ কৰি নেতা দুজনে কংগ্ৰেছক অবৈধ সন্দেহজনক বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়াৰ বিপৰীতে বিজেপিৰ শাসনকালত খিলঞ্জীয়া সংখ্যালঘু লোকসকল সুৰক্ষিত বুলি মন্তব্য কৰি প্ৰতিঘৰ খিলঞ্জীয়া সংখ্যালঘুক বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

দিচাংঘাট যুৱ সংঘৰ হবিবুদ্দিন হাজৰিকা(মুনু), মৃদুল আলি আৰু হাফিজুদ্দিন আহমেদৰ উদ্যোগত ২ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যোগদান কৰা উক্ত সভাত বিজেপিৰ গেলাবিল বুথ সমিতিৰ সভাপতি বাবুল হাজৰিকাই আঁত ধৰাৰ লগতে দলটোৰ বহু কেইগৰাকী স্থানীয় নেতাই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা ৬ জুলাইত জিলা বিজেপি কাৰ্যালয়ত শিৱসাগৰ বিধানসভা সমষ্টিৰ ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছিল।

Recent News

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd